কামৰূপ জিলাৰ মান্দাকাটা শংকৰ আজান জাতীয় বিদ্যালয়ত আজি এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন ৷ শংকৰ আজান জাতীয় বিদ্যালয়ৰ শিক্ষা সঞ্চালক আব্দুল ৰকিবৰ সঞ্চালনাত দিনৰ ১১ বজাত অনুষ্ঠিত শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীত মুখ্য বক্তা হিচাবে নিজৰ তত্বগধুৰ বক্তব্য প্ৰদান কৰে DIET দৰঙৰ প্ৰবক্তা ড° ৰিংকু ডেকাই ৷ কাৰ্যসূচীত উপস্থিত থাকে শংকৰ আজান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইছাহক আলী, সঞ্চালক চাহাবুদ্দিন আহমেদ সচিব ৰহিমুদ্দিন আহমেদ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાટણ જિલ્લાના સિદ્ધપુર હાઈવે પર વહેલી સવારે લક્ઝરી બસ પલટી મારી.
પાટણ જિલ્લાના સિદ્ધપુર હાઈવે પર વહેલી સવારે લક્ઝરી બસ પલટી મારી.
चराइदेव में राज्य महिला आयोग
चराइदेव के जिला उपायुक्त के सभाकक्ष में राज्य महिला आयोग की मौजूदगी में बुधवार को समीक्षा...
દિવ્યાંગ મતદાન જાગૃતિ કાર્યક્રમ
ગીર સોમનાથ જિલ્લામાં યોજાયા દિવ્યાંગ મતદાર જાગૃતિ કાર્યક્રમ
----------
...
11 વર્કરોએ લેબર શોષણ થતું હોવાની એડવોકેટ મારફતે લેબર ઓફિસમાં ફરિયાદ કરી
11 વર્કરોએ લેબર શોષણ થતું હોવાની એડવોકેટ મારફતે લેબર ઓફિસમાં ફરિયાદ કરી
আজিৰে পৰাখুমটাই তিনিচুকীয়াত শ্ৰীশ্ৰীৰাম কথাৰ প্ৰৱচন আৰম্ভ -------------=-------------------------------------------------- পণ্ডিত মহেন্দ্ৰ শাস্ত্ৰী আদৰ্শজীক ধৰ্মীয়ক সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰিলে হাজাৰ হাজাৰ ভক্তই
-----=--=------------------------------- মাহমৰাৰ খুমটাই বাগিচাৰ তিনিচুকীয়া লাইনত আজিৰে পৰা আৰম্ভ...