ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বন্যপ্ৰাণী সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আজাৰাৰ কুঁৱৰী গাঁৱৰ হিতেশ কুমাৰ দাসৰ ঘৰৰ পৰা কাছটো উদ্ধাৰ কৰে । লগতে উদ্ধাৰ কৰে বন্যপ্ৰাণী কঢ়িওৱা ১০ টা পিঞ্জৰা । বন্যপ্ৰাণী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা আজাৰৰ ঘৰটোৰ পৰা কাছ আৰু পিঞ্জৰা কেইটা উদ্ধাৰ কৰে । উল্লেখ্য যে বৃহস্পতিবাৰে ৰঙিয়া আৰক্ষীয়ে কেংগেৰু-চিম্পাঞ্জী সহ ৪১ টা বন্যপ্ৰাণী জব্দ কৰিছিল । এই বন্যপ্ৰাণী সমূহ আজাৰৰ কুঁৱৰী গাঁৱৰ হিতেশ কুমাৰ দাসৰ ঘৰটোত খাদ্য খুওৱা আৰু জিৰণিৰ বাবে ভাড়াত লৈছিল । বৃহস্পতিবাৰে উদ্ধাৰ কৰা কেংগেৰু আৰু চিম্পাঞ্জীসহ বন্যপ্ৰাণী কেইটা আজাৰৰ এই ঘৰটোত খাদ্য খুওৱাইছিল সৰবৰাহকাৰীয়ে । উদ্ধাৰ হোৱা কাছটো ইতিমধ্যে ৰানী বন বিভাগক গতাই দিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारतीय रेल्वे की महत्वपूर्ण जानकारी आपको यह पढ़ना जरूरी है ऐसी ख़ास खबर देखने पढ़ने के लिए sms news को फोलो करे...!
केंद्रीय मंत्रिमंडल ने पीएम गति शक्ति ढांचे को लागू करने के लिए (कार्गो संबंधी गतिविधियों, जन...
Loan ની ગે.કા Recovery કરનાર ચાઈનીઝ ભાષાના ટ્રાન્સલેટર સાથે આરોપી ઓ ઝડપાયા
Loan ની ગે.કા Recovery કરનાર ચાઈનીઝ ભાષાના ટ્રાન્સલેટર સાથે આરોપી ઓ ઝડપાયા
অভিযুক্ত ভিক্টৰ দাস আৰু জয়া কলিতাৰ বিষয়ে কি ক'লে লুৰিনজ্যোতি গগৈয়ে....
অভিযুক্ত ভিক্টৰ দাস আৰু জয়া কলিতাৰ বিষয়ে কি ক'লে লুৰিনজ্যোতি গগৈয়ে....
মৰাণ আৰক্ষীৰ নিশা গুন্দাগিৰিৰ ঘটনা----
অ’ চি বিজয় দৈমাৰীক ৰিজাৰ্ভ ক্ল’জ----
গুণ্ডা ৰূপী দুই যুৱক দুদুল লেখাৰু-মানৱ হাজৰিকাৰ ওপৰত কি ব্যৱস্থা ল’ব আৰক্ষীয়ে ?
পত্নীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত মৰাণ থানাৰ অ’ চি বিজয় দৈমাৰীৰ নেতৃত্বত এদল আৰক্ষী...
20 साल बाद पहली बार केंद्र से पहले राजस्थान करेगा बजट पेश
राजस्थान में बुधवार से विधानसभा में बजट सत्र शुरू होने जा रहा है। भजनलाल सरकार 10 जुलाई को बजट...