হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত চতুৰ্থ চিনেমা 'বুলু ফিল্ম'। মানুহৰ জীৱনৰ ৰুঢ় বাস্তৱৰ সত্যতাক উজাগৰ কৰা এক কাহিনীৰে হিমাংশু প্ৰসাদ দাসে নিৰ্মান কৰিছিল 'বুলু ফিল্ম'। ইতিমধ্যে ৯ ছেপ্টেম্বৰ অসমীয়া ছবিগৃত মুক্তি লাভ কৰা চিনেমাখনে দৰ্শকৰ মাজত লাভ কৰিছে ব্যাপক সমাদৰ। অসমৰ বহু চিনেমাহ'লত দশকৰ বাবে অসনৰো হৈছে অভাৱ। তাৰ প্ৰতি লক্ষ্য ৰাখি বিহপুৰীয়া প্ৰেৰণা চিনেমা হ'লত দৰ্শনী বৃদ্ধি কৰা হৈছে। এতিয়াৰ পৰা বিহপুৰীয়াত ৰাতিপুৱা১১.৩০ আৰু আবেলি ৫ বজাত চাব পাৰিব অসমীয়া চিনেমাখন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Share Market Risks | भारतीय बाजार में क्या US बाजार की वजह से आ रही है कोई दिक्कत? | Global Cues
Share Market Risks | भारतीय बाजार में क्या US बाजार की वजह से आ रही है कोई दिक्कत? | Global Cues
বৰশী বাই থকা সময়তে বজ্ৰ পৰি চাৰি সন্তানৰ পিতৃৰ কৰুণ মৃত্যু
কলগাছিয়াৰ খাৰবাল্লীত বজ্ৰ পৰি এজন যুৱকৰ মৃত্যু ঘটিছে। বেকী নৈত বৰশীৰে মাছ মাৰি থকা অৱস্থাত বজ্ৰ...
কলাইগাওত কোনো উন্নয়নৰ মুখ নেদেখিলে সাধাৰন ৰাইজে
কলাইগাওত কোনো উন্নয়নৰ মুখ নেদেখিলে সাধাৰন ৰাইজে
Steve Smith shuts 'terrorised by Jofra Archer' report with fierce reply ahead of Ashes 2023, hailed for 'owning England'
Steve Smith did not hold back when a tweet alleged that he was 'terrorised by Jofra Archer'...
मुंबई में कंपनी से 13.75 लाख रुपये लूटने के आरोप में कर्मचारी और सहयोगी को गिरफ्तार किया गया
मुंबई में कंपनी से 13.75 लाख रुपये लूटने के आरोप में कर्मचारी और सहयोगी को गिरफ्तार किया गया