হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত চতুৰ্থ চিনেমা 'বুলু ফিল্ম'। মানুহৰ জীৱনৰ ৰুঢ় বাস্তৱৰ সত্যতাক উজাগৰ কৰা এক কাহিনীৰে হিমাংশু প্ৰসাদ দাসে নিৰ্মান কৰিছিল 'বুলু ফিল্ম'। ইতিমধ্যে ৯ ছেপ্টেম্বৰ অসমীয়া ছবিগৃত মুক্তি লাভ কৰা চিনেমাখনে দৰ্শকৰ মাজত লাভ কৰিছে ব্যাপক সমাদৰ। অসমৰ বহু চিনেমাহ'লত দশকৰ বাবে অসনৰো হৈছে অভাৱ। তাৰ প্ৰতি লক্ষ্য ৰাখি বিহপুৰীয়া প্ৰেৰণা চিনেমা হ'লত দৰ্শনী বৃদ্ধি কৰা হৈছে। এতিয়াৰ পৰা বিহপুৰীয়াত ৰাতিপুৱা১১.৩০ আৰু আবেলি ৫ বজাত চাব পাৰিব অসমীয়া চিনেমাখন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અંબાજી ખાતે પ્રેસ કોન્ફરન્સ
*અંબાજી મેળામાં દર્શનાર્થીઓને કોઈપણ પ્રકારની મુશ્કેલી ન પડે એ પ્રકારનું વહીવટીતંત્ર દ્વારા આયોજન...
ISRO successfully launched Chandrayan-3 Moon Mission
ISRO successfully launched Chandrayan-3 Moon Mission Satish Dhawan Space Center in Sriharikota in...
हाथरस हादसे पर रूसी राष्ट्रपति पुतिन ने जताया दुख, PM मोदी और राष्ट्रपति को भेजा शोक संदेश
नई दिल्ली। रूसी राष्ट्रपति पुतिन ने हाथरस सत्संग हादसे पर दुख जताया है। पुतिन ने राष्ट्रपति...
Arvind Kejriwal in Tihar: तिहाड़ जेल पहुंचे केजरीवाल, TV देखने और किताब पढ़ने की छूट | Aaj Tak News
Arvind Kejriwal in Tihar: तिहाड़ जेल पहुंचे केजरीवाल, TV देखने और किताब पढ़ने की छूट | Aaj Tak News