ত্ৰিপুৰাৰ দক্ষিণ তিলক জিলাৰ ৩৪নং ৰাজনগৰ মণ্ডলত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সভাত আজি অংশগ্ৰহণ কৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই। উক্ত সভাখনত অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা,জিলা সমিতিৰ উপ-সভাপতি বিভীষণ চন্দ্ৰ দাস,উপ-সভাপতি তথা উক্ত মণ্ডলৰ প্ৰভাৰী ৰূপক মজুমদাৰক,ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ নলবাৰী জিলাৰ ডা: মৃগাংক তালুকদাৰ আৰু মণ্ডল সভাপতি ৰণজিৎ সৰকাৰে অংশগ্ৰহণ কৰে। উক্ত বৈঠকত মণ্ডলৰ অন্তৰ্গত বুথ সভাপতি,শক্তিকেন্দ্ৰ আহ্বায়ক আৰু মণ্ডলৰ সকলো বিষয়ববীয়াই অংশগ্ৰহণ কৰি সাংগঠনিক মাৰ্গদৰ্শন গ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુર તાલુકાના જગાણા ખાતે રાજ્યના શિક્ષણ મંત્રી કીર્તિસિંહ વાઘેલા અધ્યક્ષ સ્થાને વિશ્વાસથી વિકાસ યાત્રા નો કાર્યકમ યોજાયો..
વડાપ્રધાન શ્રી નરેન્દ્રભાઈ મોદી અને મુખ્યમંત્રી શ્રી ભૂપેન્દ્ર પટેલના નેતૃત્વ વાળી આ ડબલ એન્જીન...
કેનેડા માં ડૉક્ટરેટ થયેલી ઉર્વશી શાહ ૧લી જૂન ના રોજ દીક્ષા અંગીકાર કરશે
કેનેડા માં ડૉક્ટરેટ થયેલી ઉર્વશી શાહ ૧લી જૂન ના રોજ દીક્ષા અંગીકાર કરશે.દીક્ષા અંગીકાર નાગાલેન્ડ...
বিশ্বনাথৰ নিলপুৰ চাহ বাগিছাত ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে হাতে হাতে ত্ৰিৰংগা পতকা লৈ প্ৰভাত ফেৰী
দেশৰ অন্যান্য ঠাইৰ লগতে বিশ্বনাথতো
ভাৰতবৰ্ষ ৭৫ সংখ্যক আজাদী কা অমৃত মহোৎসৱ উপলক্ষে হৰ ঘৰ...
Breaking News: K. Kavitha को कोर्ट से बड़ा झटका, 23 अप्रैल तक न्यायिक हिरासत में भेजा गया
Breaking News: K. Kavitha को कोर्ट से बड़ा झटका, 23 अप्रैल तक न्यायिक हिरासत में भेजा गया