ত্ৰিপুৰাৰ দক্ষিণ তিলক জিলাৰ ৩৪নং ৰাজনগৰ মণ্ডলত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সভাত আজি অংশগ্ৰহণ কৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই। উক্ত সভাখনত অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা,জিলা সমিতিৰ উপ-সভাপতি বিভীষণ চন্দ্ৰ দাস,উপ-সভাপতি তথা উক্ত মণ্ডলৰ প্ৰভাৰী ৰূপক মজুমদাৰক,ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ নলবাৰী জিলাৰ ডা: মৃগাংক তালুকদাৰ আৰু মণ্ডল সভাপতি ৰণজিৎ সৰকাৰে অংশগ্ৰহণ কৰে। উক্ত বৈঠকত মণ্ডলৰ অন্তৰ্গত বুথ সভাপতি,শক্তিকেন্দ্ৰ আহ্বায়ক আৰু মণ্ডলৰ সকলো বিষয়ববীয়াই অংশগ্ৰহণ কৰি সাংগঠনিক মাৰ্গদৰ্শন গ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
6000mAh बैटरी और MediaTek Dimensity 6100+ 6nm प्रोसेसर के साथ आ रहा Samsung Galaxy F15 5G? सामने आया बड़ा अपडेट
सैमसंग अपने ग्राहकों के लिए मार्केट में नए-नए स्मार्टफोन पेश करता रहता है। इसी कड़ी में इन दिनों...
Breaking News: माइक्रोसॉफ्ट ने Mustafa Suleyman को अपने AI डिविजन का CEO नियुक्त किया है
Breaking News: माइक्रोसॉफ्ट ने Mustafa Suleyman को अपने AI डिविजन का CEO नियुक्त किया है
જન્માષ્ટમીની વ્હેલીસવારે ધારી શહેરમાં ધીમીધારે વરસાદ ની શરૂઆત
જન્માષ્ટમીની વ્હેલીસવારે ધારી શહેરમાં ધીમીધારે વરસાદ ની શરૂઆત
विपक्ष की ओर से प्रधानमंत्री का उम्मीदवार कौन होगा, इसको लेकर इस समय तीन-चार नेताओं के नाम की चर्चा है
विपक्ष की ओर से प्रधानमंत्री का उम्मीदवार कौन होगा, इसको लेकर इस समय तीन-चार नेताओं के नाम की...