নলবাৰী জিলাৰ অন্তৰ্গত বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান আজি বৰভাগ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷আজি দিনৰ বাৰবজাত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি সমৰজ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ২০২২ চনৰ হাইস্কুল শিক্ষান্ত,হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা একাংশ ছাত্ৰছাত্ৰী আৰু বিদ্যালয় সমূহৰ মুৰব্বী সকলক সম্বৰ্ধনা জনাই৷সভাত প্ৰতিবিম্ব লাইভৰ মুখ্য সম্পাদক তফিকউদ্দিন আহমেদ,প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ মহন্ত,আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা,কাৰ্য্যনিৰ্বাহ সদস্য ৰিয়াজুদ্দিল আহমেদ,নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজিৎ পাঠক,সম্পাদক অক্ষয় ডেকাকে ধৰি কেইবাগৰাকীও আছু কৰ্মী অতিথি হিচাবে উপস্থিত থাকে৷তদুপৰি সভাত অভিভাৱক,ৰাইজ,শিক্ষানুষ্ঠানৰ মুৰব্বী ছাত্ৰছাত্ৰীয়ে সহযোগ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাধৱদেৱ বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত...
SREE CHARAN SUHARDHA CO OPERATIVE BANK LTED ALL MEMBERS MEETING
SREE CHARAN SUHARDHA CO OPERATIVE BANK LTED ALL MEMBERS MEETING
એડવોકેટ રિંકેશ શેઠ ના નૂતન વર્ષાભિનંદન.
કાલોલ ના રીંકેશ એસ શેઠ કે જેઓ બેંક ઓફ બરોડા ના પેનલ એડવોકેટ તરીકે ની કામગીરી કરી રહ્યા છે. તેઓએ...
તમામ રેશનકાર્ડ ધારકોને ઈ કે.વાય.સી બાબતે જોગ ....
દાહોદ જિલ્લાના તમામ રેશનકાર્ડ ધારકોને ઇ કે.વાય.સી બાબતે જોગ રાજ કાપડિયા 9879106469 સમાચાર...
પલસાણા પોલીસ સ્ટેશનમાંથી પોસ્કો નો આરોપી ભાગી જઈ ઓવરબ્રિજ ઉપર થી કુદતા ગંભીર ઇજા
પલસાણા પોલીસ સ્ટેશનમાંથી પોસ્કો નો આરોપી ભાગી જઈ ઓવરબ્રિજ ઉપર થી કુદતા ગંભીર ઇજા
...