হোজাই জিলাৰ ডবকাৰ আশীনগৰত পুৱা মুক্তাৱত পঢ়িবলৈ গৈ নিৰুদ্দেশ হয় এগৰাকী কিশোৰী । ঘটনাটো সংগঠিত হৈছে কালি ৷ শনিবাৰে পুৱা মুক্তাৱলৈ যোৱা কথা কয় ঘৰৰ পৰা ওলাই গৈছিল কিশোৰী গৰাকী । কিশোৰী গৰাকী নিৰুদ্দেশ হোৱা পিছত পৰিয়ালৰ লোকে চাৰিওফালে বিচাৰ-খোচাৰ কৰে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । কিশোৰী গৰাকীৰ সন্ধান লাভ নকৰি অৱশেষত কাষচাপে আৰক্ষীৰ । নিৰুদ্দেশ হোৱা কিশোৰী গৰাকী নীলবাগান আশীনগৰৰ । নিৰুদ্দেশ হোৱা কাশোৰী গৰাকী হল তছলিমা বেগম । ইপিনে কিশোৰী গৰাকীৰ সন্ধান নাপায় কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক । কোনো সদাশয় লোকে সন্ধান পালে 7002259722 / 9863373960 নম্বৰত যোগাযোগ কৰিবলৈ আহব্বান জনায় পৰিয়ালৰ লোকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જબૂગામે થિ દારૂ પીને લથડીયા ખાતા એક આરોપીને ઝડપી પડતી બોડેલી પોલીસ
જબૂગામે થિ દારૂ પીને લથડીયા ખાતા એક આરોપીને ઝડપી પડતી બોડેલી પોલીસ
મળતી માહિતી અનુસાર બોડેલી...
नवराष्ट्र टॉप ५ बुलेटीन | NavaRashtra Bulletin 23 Sep 22
नवराष्ट्र टॉप ५ बुलेटीन | NavaRashtra Bulletin 23 Sep 22
ડીસામાં કેન્ટિગ બંધ
ડીસા ડેપોમાં કેન્ટીન સેવા મહિનાઓથી છે શોભાના ગાંઠિયા સમાન..!
ડેપોમાં મુસાફરોને નાસ્તા...
Jio Recharge Plan 2024: रिलायंस जियो के 10 प्लान में मिलती है 84 दिन की वैलिडिटी, आपके लिए कौन-सा है बेस्ट
मोबाइल में रिचार्ज प्लान को लेकर हर यूजर की अलग-अलग जरूरत हो सकती है। जियो ग्राहक हैं और तीन...
વિવેકભાઈ જયંતિભાઈ કેવડીયા, પેટા હિસાબનીશ, વર્ગ-૩, પેન્શન ચુકવણી કચેરી,
વિવેકભાઈ જયંતિભાઈ કેવડીયા, પેટા હિસાબનીશ, વર્ગ-૩, પેન્શન ચુકવણી કચેરી,