হোজাই জিলাৰ ডবকাৰ আশীনগৰত পুৱা মুক্তাৱত পঢ়িবলৈ গৈ নিৰুদ্দেশ হয় এগৰাকী কিশোৰী । ঘটনাটো সংগঠিত হৈছে কালি ৷ শনিবাৰে পুৱা মুক্তাৱলৈ যোৱা কথা কয় ঘৰৰ পৰা ওলাই গৈছিল কিশোৰী গৰাকী । কিশোৰী গৰাকী নিৰুদ্দেশ হোৱা পিছত পৰিয়ালৰ লোকে চাৰিওফালে বিচাৰ-খোচাৰ কৰে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । কিশোৰী গৰাকীৰ সন্ধান লাভ নকৰি অৱশেষত কাষচাপে আৰক্ষীৰ । নিৰুদ্দেশ হোৱা কিশোৰী গৰাকী নীলবাগান আশীনগৰৰ । নিৰুদ্দেশ হোৱা কাশোৰী গৰাকী হল তছলিমা বেগম । ইপিনে কিশোৰী গৰাকীৰ সন্ধান নাপায় কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক । কোনো সদাশয় লোকে সন্ধান পালে 7002259722 / 9863373960 নম্বৰত যোগাযোগ কৰিবলৈ আহব্বান জনায় পৰিয়ালৰ লোকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
एक युवक पर पुरानी रंजिश में हमला कर उसे घायल कर दिया जिसको एमबीएस अस्पताल में भर्ती करवाया गया
उद्योग नगर क्षेत्र के थेगड़ा रोड़ पर पुरानी रंजिश में युवक पर बदमाशों ने किया जानलेवा हमला MBS...
কলপাতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ অংকন ছাত্ৰীৰ
গোলাঘাটৰ পুৰবী শইকীয়াই কলপাতত মহাপুৰুষ জনাৰ চিত্ৰ অংকন কৰি জনাইছে প্ৰণিপাত। পুৰ্বেও...
কাকপথাৰত প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰ ওপৰত প্ৰদৰ্শনীদ্বাৰ মুকলি মন্ত্ৰী যোগেন মহনৰ
কাকপথাৰত প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰ ওপৰত প্ৰদৰ্শনীদ্বাৰ মুকলি মন্ত্ৰী যোগেন মহনৰ
કાર્ડિયાક કેર હોસ્પિટલ ખાતે 'વિશ્વ હાર્ટ ડે' નિમિત્તે વિદ્યાર્થીઓની ચિત્ર સ્પર્ધા યોજાઈ.
કાર્ડિયાક કેર હોસ્પિટલ ખાતે 'વિશ્વ હાર્ટ ડે' નિમિત્તે વિદ્યાર્થીઓની ચિત્ર સ્પર્ધા યોજાઈ હતી.જેમાં...
Mobile Phone Explosion: केरल में मोबाइल फटने से 8 वर्षीय बच्ची की मौत, पुलिस ने मामला दर्ज कर जांच की शुरू
केरल के तिरुविल्वामला में एक आठ साल की बच्ची की कथित तौर पर उसके पास रखे फोन की बैटरी फटने से मौत...