মহান মনিষী অসমৰ সাংস্কৃতিক জগতৰ অন্যতম ভেটি গঢ়োতা নটসূৰ্য্য ফনী শৰ্মাৰ ৫২সংখ্যক মৃত্যু দিনৰ দিনা মহান মনিষী গৰাকীৰ জন্ম আৰু কৰ্ম সাধনাৰ স্থলী সাংস্কৃতিক নগৰী তেজপুৰৰ বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে আজি পুৱা তেজপুৰ কলিবাৰীত থকা নটসূৰ্য্যৰ সমাধিস্থলত সংকল্প অসমৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চলিত বছৰত অসম চৰকাৰে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত নটসূৰ্য্যৰ সমাধিৰ কাম সম্পূৰ্ণ হ'ব বুলি জানিব পৰা গৈছে । আনহাতে তেজপুৰ সাহিত্য সভা, তেজপুৰ পুৰণি বাণ থিয়েটাৰত অভাউস আৰু তেজপুৰ বাণ থিয়েটাৰত আজি সন্ধিয়া স্মৃতি চাৰণ সভা আৰু নটঁসূৰ্য্যৰ সোঁৱৰনত চাৰিদিনীয়া কাৰ্য্যসূচীৰে নাট সমাৰোহ অনুষ্ঠিত হ'ব। ইফালে শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ পৌৰ সভাৰ সহযোগত নটঁসূৰ্য্যৰ সমাধিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে নটসূৰ্য্যৰ দুই পুত্ৰ সুজিত শৰ্মা আৰু অজিত শৰ্মাই ঘৰত আয়োজন কৰা এক অনুষ্ঠানত পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নটসূৰ্য্যৰ অভিনেতা পুত্ৰ সুজিত শৰ্মাই চিৰাজৰ সংলাপৰে নটসূৰ্য্যক স্মৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिरूर तालुक्यात अनैतिक संबंधात अडथळा ठरून पैसे उकळणाऱ्या युवकाचा खून
अनैतिक संबंधात अडथळा ठरणाऱ्या युवकाला नदीत ढकलून खून
आरोपीला शिरूर पोलिसांनी ठोकल्या चोवीस तासात...
પેટલાદમાં કોંગ્રેસની પરિવર્તન સંકલ્પ યાત્રાનું સ્વાગત કરાયું
પેટલાદ શહેરની સાઈનાથ ચોકડીએ આજે કોંગ્રેસની "પરિવર્તન સંકલ્પ યાત્રા" આવી જતા તેનું ભવ્ય સ્વાગત...
પાટણ નજીક બે કાર વચ્ચે અકસ્માત સર્જાતાં ત્રણ વ્યક્તિઓના મોત : 8 વ્યક્તિઓ ઘાયલ
પાટણના સમી-રાધનપુર હાઈવે પર આજે બે કાર વચ્ચે ગમખ્વાર અકસ્માત સર્જાતા એક મહિલા પોલીસકર્મી સહિત...
Loksabha Election 2024: Trivendra Singh Rawat के रोड शो में उमड़ा जनसैलाब | BJP | Congress | Aaj Tak
Loksabha Election 2024: Trivendra Singh Rawat के रोड शो में उमड़ा जनसैलाब | BJP | Congress | Aaj Tak