মহান মনিষী অসমৰ সাংস্কৃতিক জগতৰ অন্যতম ভেটি গঢ়োতা নটসূৰ্য্য ফনী শৰ্মাৰ ৫২সংখ্যক মৃত্যু দিনৰ দিনা মহান মনিষী গৰাকীৰ জন্ম আৰু কৰ্ম সাধনাৰ স্থলী সাংস্কৃতিক নগৰী তেজপুৰৰ বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে আজি পুৱা তেজপুৰ কলিবাৰীত থকা নটসূৰ্য্যৰ সমাধিস্থলত সংকল্প অসমৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চলিত বছৰত অসম চৰকাৰে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত নটসূৰ্য্যৰ সমাধিৰ কাম সম্পূৰ্ণ হ'ব বুলি জানিব পৰা গৈছে । আনহাতে তেজপুৰ সাহিত্য সভা, তেজপুৰ পুৰণি বাণ থিয়েটাৰত অভাউস আৰু তেজপুৰ বাণ থিয়েটাৰত আজি সন্ধিয়া স্মৃতি চাৰণ সভা আৰু নটঁসূৰ্য্যৰ সোঁৱৰনত চাৰিদিনীয়া কাৰ্য্যসূচীৰে নাট সমাৰোহ অনুষ্ঠিত হ'ব। ইফালে শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ পৌৰ সভাৰ সহযোগত নটঁসূৰ্য্যৰ সমাধিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে নটসূৰ্য্যৰ দুই পুত্ৰ সুজিত শৰ্মা আৰু অজিত শৰ্মাই ঘৰত আয়োজন কৰা এক অনুষ্ঠানত পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নটসূৰ্য্যৰ অভিনেতা পুত্ৰ সুজিত শৰ্মাই চিৰাজৰ সংলাপৰে নটসূৰ্য্যক স্মৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CJI Chandrachud पीठ के फैसले का अमल शुरू,तेजी से Electoral Bond के नाम छाप रहा है चुनाव आयोग
CJI Chandrachud पीठ के फैसले का अमल शुरू,तेजी से Electoral Bond के नाम छाप रहा है चुनाव आयोग
कुऱ्हाडीने पत्नीची केली हत्या
साखर झोपेत असलेल्या पत्नी अन् मुलावर कुर्हाडीचे सपासप वार करुन त्यांची निर्घुनपणे हत्त्या...
સુરત કાપોદ્રા પોસ્ટેના ગુન્હામાં અપહરણ કરી નાસી જનાર રાજુલા તાલુકા ના કોટડી ગામના આરોપીઓને ભોગબનનાર સાથે ખાંભા પોસ્ટે વિસ્તારના તાતણીયા ગામેથી પકડી પાડતી ખાંભા પોલીસ ટીમ ,
ભાવનગર રેન્જ આઇ.જી.ગૌતમ પરમાર નાઓએ શરીર સંબંધી / અપહરણના અન્ય જીલ્લાઓમાં ગુન્હાઓ આચરી નાસી જનાર...
ટાઉનહોલ ખાતે વિશ્વાસથી વિકાસ કાર્યક્રમ યોજાયો
ટાઉનહોલ ખાતે વિશ્વાસથી વિકાસ કાર્યક્રમ યોજાયો
kota.महिलाओं ने मनचले की जमकर की धुनाई,जूते चप्पलों से की चौकी में ही पुलिस कर्मियों के सामने पिटाई
kota.महिलाओं ने मनचले की जमकर की धुनाई,जूते चप्पलों से की चौकी में ही पुलिस कर्मियों के सामने पिटाई