গোলাঘাট ৩ নং ৰেল গেটৰ সমিপত এক সভাত অংশগ্ৰহণ কৰি বি জে পি চৰকাৰক তীব্ৰ সমালোচনা তৃনমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ । গোলাঘাটত উপস্থিত হৈয়েই বি জে পি চৰকাৰক তীব্ৰ সমালোচনা তৃনমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ l লগতে চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ তোলা ভিক্টৰ দাসৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে,বি জে পি চৰকাৰৰ মুখ্যমন্ত্ৰী জনেই দুৰ্নীগ্ৰস্ত এজন লোক l আৰু ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি চেচ্চাছাৰী শাসন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान में दर्दनाक सड़क हादसा, बाइक सवार परिवार को कुचला, 5 की मौके पर मौत
चित्तौड़गढ़-निंबाहेड़ा राष्ट्रीय राजमार्ग पर भावलीय के पास मंगलवार देर रात्रि एक कंटेनर ने एक...
पर्यटन निदेशक ने लिया स्वदेश दर्शन 2.0 के तहत बनाई जा रही डीपीआर का जायजा
पर्यटन विभाग की निदेशक डॉ. रश्मि शर्मा ने मंगलवार को बूंदी में स्वदेश दर्शन 2.0 के तहत प्रस्तावित...
ગુજરાતમાં કોરોનાના કેસમાં ફરી ઉછાળો
ગુજરાતમાં કોરોનાના કેસમાં ફરી ઉછાળો આવ્યો છે. જેમાં 20 જુલાઇના રોજ 894 કેસ નોંધાયા છે....
Electoral Bonds: सुप्रीम कोर्ट के फ़ैसले राजनीतिक दलों पर क्या होगा असर? (BBC Hindi)
Electoral Bonds: सुप्रीम कोर्ट के फ़ैसले राजनीतिक दलों पर क्या होगा असर? (BBC Hindi)