আনে যোৱা বাটেৰে নোযোৱা এগৰাকী সাহসী মহিলা। সকলোৰে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস ৰুণু। আমি ক'ব বিচাৰিছো বিহপুৰীয়া ৪ নং ৱাৰ্ডৰ কাৱৈমাৰীৰ ৰুণু গগৈ শইকীয়াৰ কথা। বিভিন্ন সামাজিক কামৰ জৰিয়তে সমাজত নিজক প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছে ৰুণুৱে। সমান্তৰালভাৱে ৰণুৱে সমাজত দাঙি ধৰিছে স্বাৱলম্বীতাৰো আন এক উৎকৃষ্ট নিদৰ্শন। নিজ ঘৰৰ সন্মুখত ৰুণুৱে খুলিছে এখন ফুল-ফলৰ পুলিৰে এখন জাতিষ্কাৰ নাৰ্চাৰী। ঘৰৰ ভিতৰৰ এটা কোঠাত কুকুৰ পোৱালী লালন-পালন কৰি ডাঙৰ কৰি সেই পোৱালী তুলি দিয়ে কুকুৰ ভালপোৱা মানুহক। মহিলাগৰাকীয়ে সন্মুখৰ নাৰ্চাৰিৰ পুলি আৰু ঘৰৰ কোঠাত লালন-পালন কৰা কুকুৰ বিক্ৰীৰে মাহে উৰ্পাজন কৰিছে লক্ষাধিক টকা। আনলৈ বাট নাচাই ব্যৱসায় ভিত্তিক কৰা এই দুই ব্যৱসায়ৰ জড়িয়তে ৰুণু গগৈ শইকীয়াই তিনিজনীয়া পৰিয়ালটো চলাই গৈছে সুন্দৰভাৱে। আনকি এই ব্যৱসায়ৰ পৰা উৰ্পাজনৰ টকাৰেই ২০১৪ চনত হৃদৰোগত আক্ৰান্ত স্বামীক সুস্থ কৰি উঠাইছিল ৰুণুৱে। আনহাতে ডাঙৰ জীয়ৰী ৰ'জী ৰাণী শইকীয়াকো গঢ়ি তুলিছে এগৰাকী প্ৰতিষ্ঠিত কাৰাটে খেলুৱৈ হিচাপে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રધાનમંત્રી કિસાન સન્માન નિધિ યોજના અંતર્ગત ૧૩મો હપ્તો મેળવવા તા.૩૧ સુધીમાં e-KYCની પ્રક્રિયા કરાવવી ફરજિયાત
અમરેલી. તા.૧૩ ડિસેમ્બર (મંગળવાર) પ્રધાનમંત્રી કિસાન સન્માન નિધિ યોજના અન્વયે ખેડૂત ખાતેદારને...
Arvind Kejriwal Bail: CM Kejriwal की बेल पर थोड़ी देर में होगी सुनवाई, ED ने दी जमानत को चुनौती
Arvind Kejriwal Bail: CM Kejriwal की बेल पर थोड़ी देर में होगी सुनवाई, ED ने दी जमानत को चुनौती
তামুলপুৰ মহকুমা ছাত্ৰ সন্থাই আয়োজন কৰা প্ৰশিক্ষণ শিবিৰৰ সামৰণি
অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত নিবনুৱাই...
પાળિયાદ વિહળધામ ખાતે આજે બ્ર્હ્મલીન પૂજ્ય અમરાબાપુની પુણ્યતિથિ ઉજવાઇ
પાળિયાદ વિહળધામ ખાતે આજે બ્ર્હ્મલીન પૂજ્ય અમરાબાપુની પુણ્યતિથિ ઉજવાઇ* પાળિયાદ વિહળધામની શ્રી...