ধেমাজি জিলাৰ চিলাপথাৰৰ চিচিবৰগাঁৱত আজি আপৰ এখন সভা অনুষ্ঠিত হৈ যায় । চৌখামটিঙস্হিত সাধনী ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাখনিত সভাপতিত্ব কৰে জিলা সভাপতি ডেভিড টায়ে। জিলা সমিতিৰ মনোৰঞ্জন বৈশ্য , ডেভিদ টাই , জিলা তত্ত্বাৱধায়ক কমলেশ্বৰ পাটিৰ , জিলা মহিলা সভানেত্ৰী মিনু বৰাকে আদি কৰি বিভিন্নজন বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত এই সভাখনত চিচিবৰগাঁও অঞ্চলৰ প্ৰায় ৮০ গৰাকীমান মহিলা তথা ব্যক্তিয়ে আজি আনুষ্ঠানিকভাৱে আম আদমী পাৰ্টিত যোগদান কৰে বুলি অতুল বৰগোহাঞিয়ে জানিবলৈ দিয়ে । ইফালে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ প্ৰতিখন পঞ্চায়তত সমিতি গঠনৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি চিচিবৰগাঁও পঞ্চায়তটো আম আদমী পাৰ্টীৰ পঞ্চায়ত সমিতিখন গঠন কৰা হয় । অনিমেশ শইকীয়াক সভাপতি আৰু দীপজ্যোতি বৰাক সম্পাদক হিচাপে লৈ গঠন কৰে প্ৰায় ২৫ জনীয়া এখন সমিতি। ইফালে চিচিবৰগাঁও পঞ্চায়তৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী সকলে অংশগ্ৰহণ কৰা এই সভাত বিজেপি চৰকাৰৰ দিনত বৃদ্ধি পোৱা মূল্যবৃদ্ধিধি , দুৰ্নীতি আদিৰ বিষয়ে সমালোচনা মূলক বক্তব্য ৰাখে আম আদমী পাৰ্টিৰ অতুল বৰগোহাঞি, ডেভিদ টাইকে আদি কৰি বিভিন্নজন বিষয়ববীয়াই । তেওঁলোকে উল্লেখ কৰে যে , চৰকাৰে ঘোষণা কৰি অহা "আচ্চা " দিনৰ বিপৰীতে বৰ্তমানে জনসাধাৰণে ভূগি আহিব লগা বিভিন্ন ধৰণেৰে মাধমাৰবোৰ । সেয়েহে এতিয়া বেয়া দিনবোৰহে জনসাধাৰণৰ জীৱন যাত্ৰাত চামিল হৈ পৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ढाबे के अन्दर रखे गल्ले से रुपये चोरी करने वाला आरोपी दिनेश कुमार उर्फ प्रधान गिरफ्तार
जिला पुलिस अधीक्षक हनुमान प्रसाद ने बताया की थानाधिकारी थाना कापरेन के नेतृत्व मे गठित...
খোৱাঙৰ খলিহামাৰীত এজন অচিনাক্ত ব্যক্তি উদ্ধাৰক লৈ সৃষ্টি হ'ল তীব্ৰ চাঞ্চল্য
খোৱাঙৰ খলিহামাৰীত এজন অচিনাক্ত ব্যক্তি উদ্ধাৰক লৈ সৃষ্টি হ'ল তীব্ৰ চাঞ্চল্য
Rahul Gandhi की Bharat Jodo Yatra के पैसे पर Congress वर्कर ने क्या बता Devendra Yadav को घेरा?
Rahul Gandhi की Bharat Jodo Yatra के पैसे पर Congress वर्कर ने क्या बता Devendra Yadav को घेरा?
ઝઘડિયા: મુખ્યમંત્રી ને સબોધીને આવેદનપત્ર આપી આદિવાસી સમાજના લોકોએ શું માંગ કરી ? જાણો.
ઝઘડિયા: મુખ્યમંત્રી ને સબોધીને આવેદનપત્ર આપી આદિવાસી સમાજના લોકોએ શું માંગ કરી ? જાણો.