জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী অশ্বিনী বৰুৱাক চাকৰিৰ পৰা নিলম্বন। দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা বিষয়াৰ স্বাক্ষৰ জাল কৰি প্ৰমোচনৰ বাবে দাখিল কৰিছিল পত্ৰ। স্বাক্ষৰ জাল কৰা বিষয়টো গম পোৱাৰ লগে লগে তাৎক্ষণিক ভাৱে চাকৰিৰ পৰা নিলম্বন কৰে বৰুৱাক। জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালৰ ফালৰ পৰা স্বাক্ষৰ জাল কৰাৰ অপৰাধত বৰুৱাৰ বিৰুদ্ধে মঙ্গলদৈ থানাত এজাহাৰ দাখিল । অশ্বিনী বৰুৱা নামৰ কৰ্মচাৰী জনে ইয়াৰ পূৰ্বেও চাকৰি দিয়াৰ নামত বহুতৰ পৰা ধন সংগ্ৰহ কৰি 2016 চনত চাকৰিৰ পৰা নিলম্বিত হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાલોલ-મલાવમાં આશ્રમના યોગી રાજિર્ષ મુનીજી થયા બ્રહ્મલીન મોટી સંખ્યામાં ભક્તો સંતો દર્શને ઉમટ્યા
કાલોલ-મલાવમાં કૃપાલો આશ્રમના યોગી આજે દુનિયાથી વિદાય લીધી છે રાજિર્ષ મુનીજી બ્રહ્મલીન થતા સંતો,...
બકરી ઈદની નમાજ મૌલાના ઈસુફભાઈ દ્વારા તમામ મુસ્લિમ બિરાદરોને ઈદની નમાજ અદા કરાવી
બકરી ઈદની નમાજ મૌલાના ઈસુફભાઈ દ્વારા તમામ મુસ્લિમ બિરાદરોને ઈદની નમાજ અદા કરાવી
Shaksgam Valley: शक्सगाम घाटी में चीन की नापाक हरकत पर भड़का भारत, कहा- यह हमारा हिस्सा
नई दिल्ली। भारत ने जमीनी स्थिति को बदलने के 'अवैध' प्रयास के तहत शक्सगाम घाटी में निर्माण...