ওখল-মাখল কলাক্ষেত্ৰৰ বাকৰি#সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সপ্তদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

ওখল-মাখল কলাক্ষেত্ৰৰ বাকৰি

সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সপ্তদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সাধাৰণ সভাৰ সাংস্কৃতিক শোভাযাত্রাত ওখল-মাখল কলাক্ষেত্ৰৰ বাকৰি। শোভাযাত্রাত প্ৰদৰ্শিত হয় বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি।