বিৰ্তক‌ই লগ নেৰা হ'ল আঠখেলীয়া বৰ নামঘৰৰ। সোমবাৰে পূৰ্বৰ কৰ্ণধাৰ সমিতিয়ে নামঘৰৰ মূল প্ৰবেশ দ্বাৰত লগালে তলা। উচ্চতম ন্যায়ালয়ৰ নিদেশমৰ্মে যোৱা ৮ চেপ্তেম্বৰত পূৰ্বৰ পৰিচালনা সমিতিয়ে এখনি সাধাৰণ সভা অনুষ্ঠিত কৰি উক্ত সভাত এখন নতুন সমিতি গঠন কৰিছিল। 

এই নতুন সমিতি খনে আজী কাৰ্য্যভাৰ লোৱা পৰিকল্পনা আছিল ।কিন্তু ইয়াৰ আগ মূহুৰ্তত কৰ্ণধাৰ সমিতিয়ে উক্ত নতুন সমিতিক অবৈধ বুলি ঘোষণা কৰি নামঘৰৰ মূল প্ৰবেশ দ্বাৰত তলা লগাই দিয়া পিছতেই চেপা উত্তেজনা বিৰাজ কৰিছে সমগ্র