সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি সোণাৰি মহাবিদ্যালয়ৰপৰা এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিক প্ৰতিফলিত কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তপন কুমাৰ গগৈয়েও অংশগ্ৰহণ কৰে। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি সাংসদ তপন কুমাৰ গগৈয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। এই সন্দৰ্ভত সবিশেষ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পুনৰবাৰ আপক তীব্ৰ তাচ্ছিল্য বিজেপিৰ
নতুন দিল্লী, ২২ আগষ্ট। পুনৰবাৰ আম আদমী পাৰ্টি চমুকৈ আপক আক্ৰমণ বিজেপিৰ। আপে দুৰ্নীতিৰ সকলো অভিলেখ...
Hindu Muslim Unity : एक ही कमरे में रहने वाले हिंदू-मुसलमान दोस्तों की कहानी (BBC Hindi)
Hindu Muslim Unity : एक ही कमरे में रहने वाले हिंदू-मुसलमान दोस्तों की कहानी (BBC Hindi)
अंबाबाई च्या नावानं चक्क काचावर नाचताना पाहुन अंगावर काटा आल्याशिवाय राहणार नाही व्हिडिओ नक्की पहा
अंबाबाई च्या नावानं चक्क काचावर नाचताना पाहुन अंगावर काटा आल्याशिवाय राहणार नाही व्हिडिओ नक्की पहा
China Sulks Over India's G20 Feat; 'New Delhi Stole Spotlight To Push Own Agenda' | Details
China Sulks Over India's G20 Feat; 'New Delhi Stole Spotlight To Push Own Agenda' | Details
જુનાગઢ ભવનાથ મહાશિવરાત્રિ પર્વ વર્ષ ૨૦૨૩ ની કેટલીક યાદગાર ઝલક.
જુનાગઢ ભવનાથ મહાશિવરાત્રિ પર્વ વર્ષ ૨૦૨૩ ની કેટલીક યાદગાર ઝલક.