সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি সোণাৰি মহাবিদ্যালয়ৰপৰা এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিক প্ৰতিফলিত কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তপন কুমাৰ গগৈয়েও অংশগ্ৰহণ কৰে। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি সাংসদ তপন কুমাৰ গগৈয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। এই সন্দৰ্ভত সবিশেষ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধেমাজি বৰদলনিত লক্ষ্মী পূজা উপলক্ষে ঐক্যমঞ্চ সৌজনত ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ৰাজহুৱা সভা
ধেমাজি বৰদলনিত শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে ঐক্যমঞ্চ সৌজনত ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে...
मनसे घेणार का दसरा मिळावा? मग उद्धव ठाकरेंचं काय? MNS vs Shivsena | Dasara Melava | Politics
मनसे घेणार का दसरा मिळावा? मग उद्धव ठाकरेंचं काय? MNS vs Shivsena | Dasara Melava | Politics
अमृत महोत्सवी फळझाड, वृक्षलागवड, फुलपिक लागवड योजनेचा लाभ घेण्याचे शेतकऱ्यांना जिल्हा प्रशासनाचे आवाहन
परभणी,दि.2(प्रतिनिधी): जिल्ह्यातील एकुण 85% जमीन ही लागवडीसाठी योग्य असून येथील माती सुपिक व...
નવરાત્રિના તૈયારી : ખંભાતના ચકડોળ ગ્રાઉન્ડ ખાતે પ્રખ્યાત અભિનેતા 'ગુલશન ગોવર' ગરબાની રમઝટ બોલવશે.
ખંભાતમાં નવરાત્રિના તડામાર તૈયારી શરૂ થઈ ગઈ છે. ખંભાતના ચકડોળ ગ્રાઉન્ડ ખાતે પ્રખ્યાત અભિનેતા...
પાટડીના મોટી મજેઠી હાઇવે પરથી પેટ્રોલ-ડીઝલ ભરવાના ટેન્કરમાંથી ટાંકામાં છુપાવીને લઇ જવાતી વિદેશી દારૂની 3756 બોટલો સાથે રૂ. 17.93 લાખનો મુદામાલ ઝડપાતા ચકચાર મચી જવા પામી
પાટડીના મોટી મજેઠી હાઇવે પરથી પેટ્રોલ-ડીઝલ ભરવાના ટેન્કરમાંથી ટાંકામાં છુપાવીને લઇ જવાતી વિદેશી...