নামনি মাজুলীৰ কৰতিপাৰ হাইস্কুলৰ সহকাৰী শিক্ষক,চলিত বৰ্ষৰ জিলা কৃতী শিক্ষকৰ বটা প্ৰাপক গোৱালগাওঁ নিবাসী সু শিক্ষক নীলোৎপল হাজৰিকাক তেওঁ কৰ্মৰত বিদ্যালয়ত সম্বধনা জনোৱা হয় ।বিদ্যালয়ৰ প্ৰাত:সভাত কৃতী শিক্ষক গৰাকীক বিদ্যালয়ৰ প্ৰধান শিক্ষক জগনাথ পেগু,বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোট আৰু ছাত্ৰ একতা সভাৰ তৰফৰ পৰা বিপূল সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধনা অনুষ্ঠানটিৰ পৰিচালনা কৰে কৰতিপাৰ হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক প্ৰদীপ বৰা ই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિયોદરમાં મોડી રાત્રે હાઇવે પર છરી વડે હુમલો@live24newsgujarat
દિયોદરમાં મોડી રાત્રે હાઇવે પર છરી વડે હુમલો@live24newsgujarat
Google Chat में नोटिफिकेशन कैसे मैनेज करें? स्टेप बाय स्टेप प्रोसेस
Google Workspace के इकोसिस्टम के सबसे अहम सर्विस Google Chat यूजर्स के बीच काफी पॉपुलर है।...
पेयजल व्यवस्था सुचारू करवाने हेतु ज्ञापन सौंपा, ग्राम पंचायत बहड़ावली का मामला
लाखेरी - शुक्रवार को ग्राम पंचायत माखीदा के गांव बहड़ावली के ग्रामीणों ने जल जीवन मिशन योजना के...
আজি সোণাৰি আৱৰ্ত্ত ভৱনত ভাৰতীয় জনতা পাৰ্টিৰ আলোচনা
আজি সোণাৰি আৱৰ্ত্ত ভৱনত ভাৰতীয় জনতা পাৰ্টিৰ আলোচনা।
সোণাৰি আৱৰ্ত্ত ভৱনত ভাৰতীয় জনতা পাৰ্টি,...
News | દાંતીવાડા કોલોનીમાં તસ્કરો દુકાનમાં ત્રાટક્યા | VR LIVE
News | દાંતીવાડા કોલોનીમાં તસ્કરો દુકાનમાં ત્રાટક્યા | VR LIVE