নামনি মাজুলীৰ কৰতিপাৰ হাইস্কুলৰ সহকাৰী শিক্ষক,চলিত বৰ্ষৰ জিলা কৃতী শিক্ষকৰ বটা প্ৰাপক গোৱালগাওঁ নিবাসী সু শিক্ষক নীলোৎপল হাজৰিকাক তেওঁ কৰ্মৰত বিদ্যালয়ত সম্বধনা জনোৱা হয় ।বিদ্যালয়ৰ প্ৰাত:সভাত কৃতী শিক্ষক গৰাকীক বিদ্যালয়ৰ প্ৰধান শিক্ষক জগনাথ পেগু,বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোট আৰু ছাত্ৰ একতা সভাৰ তৰফৰ পৰা বিপূল সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধনা অনুষ্ঠানটিৰ পৰিচালনা কৰে কৰতিপাৰ হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক প্ৰদীপ বৰা ই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહુવા તાલુકાના ખરેડ ગામે પીંગળેશ્વર મહાદેવના મંદિર ખાતે વન વિભાગ દ્વારા કાર્યક્રમ યોજાયો.
મહુવા તાલુકાના ખરેડ ગામે પીંગળેશ્વર મહાદેવના મંદિર ખાતે વન વિભાગ દ્વારા કાર્યક્રમ યોજાયો.
গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত চৰকাৰী কৰ্মচাৰী পৰিষদ প্ৰতিবাদী সভা।
দীৰ্ঘদিনীয়া বিভিন্ন দাবী পূৰণ নকৰাৰ প্ৰতিবাদত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ ঘোষিত প্ৰতিবাদী...
વલસાડ વાપી ખાતે વિજ ટ્રાન્સફોર્મર પોલ સાથે ટેમ્પો અથડાતા અકસ્માત
વલસાડ વાપી ખાતે વિજ ટ્રાન્સફોર્મર પોલ સાથે ટેમ્પો અથડાતા અકસ્માત
ઈડર નગરપાલીકા દ્વારા કરવામાં આવી રહેલ કર્મચારી ભરતીમાં કૌભાંડ થયાના આક્ષેપ@live24newsgujarat
ઈડર નગરપાલીકા દ્વારા કરવામાં આવી રહેલ કર્મચારી ભરતીમાં કૌભાંડ થયાના આક્ષેપ@live24newsgujarat
Assam: राहुल गांधी के सामने भारत जोड़ो न्याय यात्रा के दौरान मचा बवाल, पुलिस-कांग्रेस कार्यकर्ताओं के बीच झड़प; बरसाए डंडे
Bharat Jodo Nyay Yatra: राहुल गांधी ने मंगलवार को दावा किया कि केंद्रीय गृह मंत्री अमित शाह...