এসময়ৰ জনপ্ৰিয় ক্ৰিকেট খেলুৱৈ তথা অগপ দলৰ নিষ্ঠাবান কৰ্মী অৰুণ ডেকা(৫৬)ৰ যোৱা শুক্ৰবাৰে দিনৰ ভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷নলবাৰী জিলাৰ দতৰা গাওঁ পঞ্চায়তৰ অধীনস্থ উক্ত সৰবৰহী লোকজনৰ মৃত্যুত অঞ্চলৰ দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে৷উল্লেখ্য যে জিৱীত কালত এগৰাকী জনপ্ৰিয় ক্ৰিকেট খেলুৱৈ হিচাবে জনাজাত হোৱা ডেকা ক্ৰিকেট খেল পৰিচালনাটো দক্ষতা প্ৰকাশ কৰিছিল৷মৃত্যুৰ সময়ত তেওঁ বৃদ্ধাা মাতৃ,পত্নী আৰু দুগৰাকী পুত্ৰ কন্যাৰ লগতে অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तिरुपती बालाजी देवस्थानकडून भाविकांना देण्यात येणाऱ्या सुविधांची शिष्टमंडळाकडून पाहणी
पंढरपूर येथे श्री विठ्ठल रुक्मिणी मातेच्या दर्शनासाठी राज्यातील विविध जिल्ह्यातून तसेच...
ವಸತಿ -ಅಲ್ಪಸಂಖ್ಯಾತರ ಇಲಾಖೆ ಅರ್ಜಿಗಳ ಇತ್ಯರ್ಥಕ್ಕೆ ಸಚಿವ ಜಮೀರ್ ಅಹ್ಮದ್ ಗಡುವು
ಬೆಂಗಳೂರು : ರಾಜ್ಯಾದ್ಯಂತ ಜಿಲ್ಲಾ ಮಟ್ಟದಲ್ಲಿ ಆಗಸ್ಟ್ ಒಂದರಿಂದ ಜನತಾ ದರ್ಶನ ಆರಂಭಿಸುವುದಾಗಿ ವಸತಿ ಹಾಗೂ...