এসময়ৰ জনপ্ৰিয় ক্ৰিকেট খেলুৱৈ তথা অগপ দলৰ নিষ্ঠাবান কৰ্মী অৰুণ ডেকা(৫৬)ৰ যোৱা শুক্ৰবাৰে দিনৰ ভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷নলবাৰী জিলাৰ দতৰা গাওঁ পঞ্চায়তৰ অধীনস্থ উক্ত সৰবৰহী লোকজনৰ মৃত্যুত অঞ্চলৰ দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে৷উল্লেখ্য যে জিৱীত কালত এগৰাকী জনপ্ৰিয় ক্ৰিকেট খেলুৱৈ হিচাবে জনাজাত হোৱা ডেকা ক্ৰিকেট খেল পৰিচালনাটো দক্ষতা প্ৰকাশ কৰিছিল৷মৃত্যুৰ সময়ত তেওঁ বৃদ্ধাা মাতৃ,পত্নী আৰু দুগৰাকী পুত্ৰ কন্যাৰ লগতে অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বৰভাগ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ উথপথপ পৰিবেশ
নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান বৰভাগ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ২০২২/২৩ বৰ্ষৰ...
गडचिरोली जिल्ह्यातील शिवसैनिकांनी घेतली मुंबईला जाऊन पक्षप्रमुख ऊद्धव बाळासाहेब ठाकरे यांची भेट
गडचिरोली जिल्ह्यातील शिवसैनिकांनी घेतली शिवसेना पक्षप्रमुख मा.उध्दवजी ठाकरे साहेेब यांची...
Ram Mandir Inauguration:राम मंदिर को लेकर Congress-SP पर भड़के T Raja Singh, 'इनकी नीति हिंदू विरोधी
Ram Mandir Inauguration:राम मंदिर को लेकर Congress-SP पर भड़के T Raja Singh, 'इनकी नीति हिंदू विरोधी
Do This Plank Routine Every Morning
Do This Plank Routine Every Morning