আজি শনিবাৰে নিশা গোগ এল পি স্কুলত ইউছুফ আলীৰ সভাপতিত্বতএখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷ গোগ গাঁৱৰ আমতল নতুন মছজিদ আৰু কাজী চুবা মছজিদ সমিতিৰ উদ্যোগত গোগ গাঁওৰক্ষী বাহিনীৰ সহযোগত অনুষ্ঠিত এই সভাত কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত গোগ-ৰাধাকুছি সীমাত নতুনকৈ বসতি স্থাপন কৰা মৰ্জিনা বেগম আৰু তেওঁ বিবাহিতা জীয়াৰীয়ে গোগ আমতল নতুন মছজিদ আৰু কাজী চুবা মছজিদৰ ৰাইজৰ প্ৰতিনিধিক অভব্য ব্যৱহাৰ আৰু আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আলোচনা কৰা হয় ৷ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি তাৰ প্ৰতিলিপি স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,কামৰূপ জিলা আৰক্ষী অধীক্ষক,বাইহাটা চাৰিআলি চক্ৰ আৰক্ষী পৰিদৰ্শক, বাইহাটা চাৰিআলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જોધપુર નાકા પાસે દેશી દારુ સાથે એક ઈસ્મ ઝડપાયો
જોધપુર નાકા પાસે દેશી દારુ સાથે એક ઈસ્મ ઝડપાયો
Aurangabad Molestation Case | औरंगाबाद - एसीपीकडून छेडछाड, पीडित दाम्पत्यानं सांगितला घडलेला प्रकार
Aurangabad Molestation Case | औरंगाबाद - एसीपीकडून छेडछाड, पीडित दाम्पत्यानं...
कनाडा में खतरे में भारतीय - एक्शन में भारत सरकार | India Vs Khalistan | Justine Trudeau | Jaishankar
कनाडा में खतरे में भारतीय - एक्शन में भारत सरकार | India Vs Khalistan | Justine Trudeau | Jaishankar
સાબરકાંઠા: ઈડરમા કરોડોના ખર્ચે બનાવેલ વોટર ટ્રીટમેન્ટ પ્લાન્ટ શોભાના ગાંઠીયા સમાન.
સાબરકાંઠા: ઈડરમા કરોડોના ખર્ચે બનાવેલ વોટર ટ્રીટમેન્ટ પ્લાન્ટ શોભાના ગાંઠીયા સમાન.
চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা বিভিন্ন সংগঠনৰ
কেবিনেটৰ শৈক্ষিক সিদ্ধান্তক তথা প্ৰাথমিকৰ পৰা ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞান বিষয় পাঠদানৰ...