শৈক্ষিক পৰিবেশ গঢ়াৰ প্ৰসংশনীয় পদক্ষেপ মৰিগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ।আজি মৰিগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মু্ৰৰ্ব্বী ডঃ অচ্যুত কুমাৰ দাস, মৰিগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ হেমা শৰ্মা, সহকাৰী অধ্যাপিকা ডঃ জয়শ্ৰী নাথৰ নেতৃত্বত বিভাগটোৰ ছাত্ৰ ছাত্ৰী সকল মৰিগাঁও জাতীয় বিদ্যালয়ত উপস্থিত হয়। শিক্ষাৰ বিস্তাৰ কৰ্মসুচীৰে "আজিৰ পৰ্ঢ়ুৱৈ কাইলৈৰ নেতৃত্ব" এইশীৰ্ষক থীমলৈ জাতীয় বিদ্যালয়ত উপস্থিত হোৱা অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীসকলে এক গুৰুত্বপূৰ্ণ অন্তৰঙ্গ আলোচনাত মিলিত হয়। আনহাতে মহাবিদ্যালয়খনৰ ছাত্রছাত্ৰী সকলে নিজাববীয়াকৈ ভালেসংখ্যক মূল্যবান গ্ৰন্থ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আগবঢ়াই। বিদ্যায়তনিক আলোচনা চক্ৰখনিৰ আঁত ধৰে মৰিগাঁও জাতীয় বিদ্যালয়ৰ সভাপতি জগদীশ নাথে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
डाॅ.प्रकाशजी डाके आणि डाॅ.भगवानदादा धुतमल नागरी सत्कार सोहळा संपन्न
परभणी:सर्वधर्मीय फुले शाहू आंबेडकर जयंती महोत्सव समिती आणि विविध सामाजिक संघटनांच्या वतीने म.फुले...
तमिलनाडु में जहरीली शराब पीने से मरने वालों की संख्या हुई 53, सीएम स्टालिन का बयान आया सामने!
तमिलनाडु के कल्लाकुरिचि जिले में कथित तौर पर अवैध देशी शराब पीने से हुई मौतों के मामले से हड़कंप...
গোৰেশ্বৰ মহাবিদ্যালয়ত বড়ো বিভাগে পালন কৰিলে ১৮ মে বড়ো বিজৌং সান
গোৰেশ্বৰ মহাবিদ্যালয়ত বড়ো বিভাগে পালন কৰিলে ১৮ মে বড়ো বিজৌং সান
वाकई! भीड़ ने जिसे पकड़ा वो बच्चा चोर हैं क्या? शहीद नगर का मामला
आगरा: थाना सदर बाजार के अंतर्गत शहीद नगर कॉलोनी में बीती रात क्षेत्रवासियों ने एक युवक को बच्चा...