ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ জাম্মা মছজিদৰ সমীপত থকা মহম্মদ মোস্তাকিম আলিৰ কাপোৰৰ দোকানৰ পৰাদিনদুপৰতে চোৰ হয়। ব্যৱসায়ী গৰাকীয়ে দোকান বন্ধ কৰি নামাজ পঢ়িবলৈ গৈছিল, ঘুৰি আহি দোকানৰ কেছ।বক্সৰ পৰা নগদ ১৫০০টকা আৰু দুটা মোবাইল চেট চুৰি হোৱা কথা গমপাই।মৰাণ আৰক্ষী থানাত।এজাহাৰ দাখিল কৰে। দোকানৰ গৰাকীয়ে জানিবলৈ দিয়ে যে মৰাণ নগৰত সঘনে চুৰি কাৰ্য্য বৃদ্ধি পাইছে। চোৰৰ সাহস ইমানেই বৃদ্ধি পাইছে যে দিন দুপৰতে মানুহৰ সমাগম থখা ঠাইৰ পৰা চোৰ কৰি যাবলৈ সক্ষম হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हमारी पार्टी का रुख सकारात्मक है, 'One Nation, One Election' प्रस्ताव का BSP प्रमुख मायावती ने किया समर्थन
केंद्रीय मंत्रिमंडल द्वारा भारत के पूर्व राष्ट्रपति राम नाथ कोविन्द की अध्यक्षता में उच्च स्तरीय...
Amid rising tiger attacks, Uttarakhand villages under curfew
Hundreds of villagers in northern India were under orders not to leave their homes after dark on...
વઢવાણની એકતા સોસાયટીમાં રેકી કરી તસ્કરોએ રૂ. 61 લાખની ચોરી કરી
વઢવાણ :ચોરી, લૂંટફાટ, મારામારી અને હત્યાના બનાવો સતત વધી રહ્યા છે, ત્યારે વઢવાણની એકતા સોસાયટીમાં...
অৰুণাচল প্ৰদেশত আটক ULFA কেডাৰ
স্বাধীনতা দিৱসৰ পূৰ্বে এক উল্লেখযোগ্য অভিযানত বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত নিষিদ্ধ...