শৈক্ষিক পৰিবেশ গঢ়াৰ প্ৰসংশনীয় পদক্ষেপ মৰিগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ।আজি মৰিগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মু্ৰৰ্ব্বী ডঃ অচ্যুত কুমাৰ দাস, মৰিগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ হেমা শৰ্মা, সহকাৰী অধ্যাপিকা ডঃ জয়শ্ৰী নাথৰ নেতৃত্বত বিভাগটোৰ ছাত্ৰ ছাত্ৰী সকল মৰিগাঁও জাতীয় বিদ্যালয়ত উপস্থিত হয়। শিক্ষাৰ বিস্তাৰ কৰ্মসুচীৰে "আজিৰ পৰ্ঢ়ুৱৈ কাইলৈৰ নেতৃত্ব" এইশীৰ্ষক থীমলৈ জাতীয় বিদ্যালয়ত উপস্থিত হোৱা অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীসকলে এক গুৰুত্বপূৰ্ণ অন্তৰঙ্গ আলোচনাত মিলিত হয়। আনহাতে মহাবিদ্যালয়খনৰ ছাত্রছাত্ৰী সকলে নিজাববীয়াকৈ ভালেসংখ্যক মূল্যবান গ্ৰন্থ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আগবঢ়াই। বিদ্যায়তনিক আলোচনা চক্ৰখনিৰ আঁত ধৰে মৰিগাঁও জাতীয় বিদ্যালয়ৰ সভাপতি জগদীশ নাথে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દાહોદ તાલુકાના નસીરપુર નજીક બોર્ડ લગાવતી વેળાએ વીજ કરંટથી એકનું મોત | Daily Gujarat News
દાહોદ તાલુકાના નસીરપુર નજીક બોર્ડ લગાવતી વેળાએ વીજ કરંટથી એકનું મોત | Daily Gujarat News
દાહોદ...
चंडीगढ़ एसएसपी मुद्दे पर तरुण चुघ ने कहा प्रशासनिक चीजों को प्रशासनिक तौर पर रखना चाहिए
चंडीगढ़ एसएसपी के मुद्दे पर तरुण चुग ने कहा की राजनीति केवल राजनीति करने के लिए नहीं होनी चाहिए...
সোণাৰিত অৱকাৰী অভিযান
চৰাইদেউত আবকাৰীৰ ধাৰাবাহিক অভিযানঅবৈধ সুৰা, ভাতী ধ্বংস চৰাইদেউ জিলাৰ আবকাৰী বিভাগে জিলাখনত অবৈধ...
ধেমাজি সদৰ আৰক্ষী থানাৰ বৃহৎ সফলতা, ধেমাজিৰ বিভিন্ন প্ৰান্তৰ পৰা ৯ খনকৈ চুৰি মটৰচাইকেল উদ্ধাৰ, দহজনক গ্ৰেপ্তাৰ
ধেমাজি,৩০ আগষ্ট: ধেমাজি সদৰ আৰক্ষী থানাৰ বৃহৎ সফলতা, ধেমাজিৰ বিভিন্ন প্ৰান্তৰ পৰা ৯ খনকৈ চুৰি...
राजस्थान कांग्रेस में पायलट के तेवरों से फिर आया उबाल, पार्टी नेतृत्व गहलोत के साथ
नई दिल्ली, राजस्थान में सचिन पायलट के नए तेवरों को थामने की सरदर्दी के बीच कांग्रेस अब...