বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত আয়োজিত ৩৪ তম বৰ্ষৰ বিংশতম বাৰ্ষিক ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে৷পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা আজিৰ উদ্বোধনী খেলত বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱ আৰু বৰভাগ আঞ্চলিক ক্ৰীড়া সংঘই অংশগ্ৰহণ কৰে৷খেলখন উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ বিমল কুমাৰ চৌধুৰীয়ে৷খেলত অতিথি হিচাবে উপস্থিত থাকে নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সভাপতি বুবুল তালুকদাৰ,এমট্ৰনৰ উপ প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ আৰু গ্ৰামীণ জিৱীকা অভিযান,নলবাৰীৰ প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰ৷খেলত বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱে বৰভাগ ক্ৰীড়া সংঘক ২-১ গলত পৰাজিত কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Akasa Airની શરૂઆત પહેલા, આ એરલાઇનનું જોરદાર ઓફર ₹ 1499 માં બુક કરવો ફ્લાઇટ ટિકિટ
જો તમે આવનારા કેટલાક મહિનામાં ફ્લાઇટ દ્વારા ક્યાંય પણ જવાની યોજના બનાવી રહ્યા છો, તો હવે તમારી...
श्री वल्लभाचार्य जयंती के अवसर पर 24 अप्रैल को प्रातः 6:00 बजे प्रभात फेरी निकाली जावेगी
श्री वल्लभाचार्य जयंती के अवसर पर 24 अप्रैल को प्रातः 6:00 बजे प्रभात फेरी निकाली जावेगी,...
Anti drug campaign અંતર્ગત ગૃહરાજ્ય મંત્રી Harsh Sanghvi ઉપસ્થિતિમાં પત્રકાર પરિષદ | Gujarat Police
Anti drug campaign અંતર્ગત ગૃહરાજ્ય મંત્રી Harsh Sanghvi ઉપસ્થિતિમાં પત્રકાર પરિષદ | Gujarat Police
Share Market Today | Portfolio Tips: अपने Portfolio पर आपको कितना है भरोसा? | Traders Hotline
Share Market Today | Portfolio Tips: अपने Portfolio पर आपको कितना है भरोसा? | Traders Hotline