বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত আয়োজিত ৩৪ তম বৰ্ষৰ বিংশতম বাৰ্ষিক ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে৷পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা আজিৰ উদ্বোধনী খেলত বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱ আৰু বৰভাগ আঞ্চলিক ক্ৰীড়া সংঘই অংশগ্ৰহণ কৰে৷খেলখন উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ বিমল কুমাৰ চৌধুৰীয়ে৷খেলত অতিথি হিচাবে উপস্থিত থাকে নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সভাপতি বুবুল তালুকদাৰ,এমট্ৰনৰ উপ প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ আৰু গ্ৰামীণ জিৱীকা অভিযান,নলবাৰীৰ প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰ৷খেলত বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱে বৰভাগ ক্ৰীড়া সংঘক ২-১ গলত পৰাজিত কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દાંતીવાડા કોલોની વિસ્તારમાં તસ્કરો ચોરી કરતાં ના સીસીટીવી ફૂટેજ આવ્યા સામે || JKS NEWS
દાંતીવાડા કોલોની વિસ્તારમાં તસ્કરો ચોરી કરતાં ના સીસીટીવી ફૂટેજ આવ્યા સામે || JKS NEWS
প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিত যোগদান কৰা বিষয়টো দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব মৰানত কলে মন্ত্ৰী যোগেন মহনে
প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিত যোগদান কৰা বিষয়টো দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব মৰানত কলে মন্ত্ৰী যোগেন মহনে
BJP विधायक Agnimitra Paul ने Mamata Banerjee को लेकर कह दी बहुत बड़ी बात, सुनिए पूरा बयान | Aaj Tak
BJP विधायक Agnimitra Paul ने Mamata Banerjee को लेकर कह दी बहुत बड़ी बात, सुनिए पूरा बयान | Aaj Tak
Jammu Kashmir: जम्मू के रामबन में जमीन धंसी, 50 से ज्यादा घरों में आईं दरारें | Aaj Tak News
Jammu Kashmir: जम्मू के रामबन में जमीन धंसी, 50 से ज्यादा घरों में आईं दरारें | Aaj Tak News
ৰজাবাৰীৰ লীলা কান্ত বৰালৈ শ্ৰেষ্ঠ গাঁও প্ৰধানৰ সন্মান....
গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত ৭৬ সংখ্যক স্বাধীনতা দিৱসত...