লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান।শনিবাৰে আবেলি মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীয়ে লাহৰীঘাট থানাৰ অন্তৰ্গত বৰবৰিৰ পৰা ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে এটা সৰবৰাহকাৰী।ধৃত সৰবৰাহকাৰীটোৰ নাম জিয়াবুৰ ৰহমান।সৰবৰাহকাৰীটোৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোয়ে ড্ৰাগছ ভৰ্তি ৬ টা আৰু ২ টা খালী কণ্টেইনাৰ জব্দ কৰে।লাহৰীঘাট থানাত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক সোধপোছ অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মঙ্গলদৈত ব্ৰহ্মপুত্ৰ সুঁতিত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মঙ্গলদৈত ব্ৰহ্মপুত্ৰ সুতিত অচিনাক্ত মৃতদেহ উদ্ধাৰ
ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত বিলাসী বাহনত ২৫ বস্তা বাৰ্মিজ চুপাৰি জব্দ
ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত বিলাসী বাহনত ২৫ বস্তা বাৰ্মিজ চুপাৰি জব্দ
Elvish Yadav और Dhruv Rathee के बीच क्या है झगड़ा, सांप वाले केस में लोगों ने क्या कह दिया?
Elvish Yadav और Dhruv Rathee के बीच क्या है झगड़ा, सांप वाले केस में लोगों ने क्या कह दिया?
ડીસા ટ્રાફિક પોલીસ દ્વારા ભણતા વિદ્યાર્થીઓ વાહન ના ચલાવવા સૂચના અપાઈ
રિપોર્ટ. લતીફ સુમરા
આજ રોજ ડીસા ટ્રાફિક પોલીસ દ્વારા શાળાની અંદર ભણતા વિદ્યાર્થીઓ શાળા છૂટ્યા...
ભાવનગર ના મોટી તળાવ માં એક ઈસમપર અજાણીયા લોકે કર્યો જીવલેણ હુમલો.
ભાવનગર ના મોટી તળાવ માં એક ઈસમપર અજાણીયા લોકે કર્યો જીવલેણ હુમલો.