লখিমপুৰ জিলা আৱকাৰী বিভাগে অভিযান চলাই নাৰায়ণপুৰ আৰু বিহপুৰীয়াত জব্দ কৰে অবৈধ অৰুণাচলী সুৰাৰ লগতে আটক কৰে এগৰাকী মহিলা ব্যৱসায়ীক ৷ জিলাখনৰ আৱকাৰী বিষয়া শান্তনু হাজৰিকাৰ নেতৃত্বত অহা দলটোৱে নাৰায়ণপুৰৰ শিমলুগুৰি , ৰঙতি , দাংধৰা আৰু বিহপুৰীয়াৰ জকাইপেলোৱা , দঙিবিল , গুৰুংগাওঁ , আমগুৰি আদি ঠাইত অভিযান চলাই মুঠ ৬০ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ কৰে । লগতে নাৰায়ণপুৰৰ ৰঙতি অঞ্চলৰ পৰা অবৈধ অৰুনাচলী সুৰা ব্যৱসায়ীৰ লগত জড়িত মহিলাক আটক কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अग्रवाल वैष्णव मोमीयान पंचायत: इन्द्रधनुष थीम पर मनाया लहरिया महोत्सव, सुरभि अग्रवाल बनी लहरिया क्वीन
अग्रवाल वैष्णव मोमीयान पंचायत महिला मण्डल द्वारा रामबिलास पैलेस झालावाड़ रोड़ पर इन्द्रधनुष...
Asaduddin Owaisi on Ramesh Bidhuri: औवेसी ने BJP-RSS पर भी जमकर हमला बोला | Aaj Tak News
Asaduddin Owaisi on Ramesh Bidhuri: औवेसी ने BJP-RSS पर भी जमकर हमला बोला | Aaj Tak News
कार डम्पर भिंडत प्रकरण:- छ जनो के हत्यारे डम्पर चालक को पुलिस ने दबोचा, डंपर जब्त
बून्दी। रविवार सुबह टनल से आगे लगदरिया भेरू फलाई ओवर के नीचे कार डम्पर भिडंत मे अपनी जान गंवा...
ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰভাত ফেৰী অনুষ্ঠান সম্পন্ন
স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আজি তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰভাত ফেৰী...
Easy breakfast high in protein and healthy fats for weight gain #shorts
Easy breakfast high in protein and healthy fats for weight gain #shorts