লখিমপুৰ জিলা আৱকাৰী বিভাগে অভিযান চলাই নাৰায়ণপুৰ আৰু বিহপুৰীয়াত জব্দ কৰে অবৈধ অৰুণাচলী সুৰাৰ লগতে আটক কৰে এগৰাকী মহিলা ব্যৱসায়ীক ৷ জিলাখনৰ আৱকাৰী বিষয়া শান্তনু হাজৰিকাৰ নেতৃত্বত অহা দলটোৱে নাৰায়ণপুৰৰ শিমলুগুৰি , ৰঙতি , দাংধৰা আৰু বিহপুৰীয়াৰ জকাইপেলোৱা , দঙিবিল , গুৰুংগাওঁ , আমগুৰি আদি ঠাইত অভিযান চলাই মুঠ ৬০ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ কৰে । লগতে নাৰায়ণপুৰৰ ৰঙতি অঞ্চলৰ পৰা অবৈধ অৰুনাচলী সুৰা ব্যৱসায়ীৰ লগত জড়িত মহিলাক আটক কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા હાઇવે પરથી લાકડાના ભૂસાની આડમાં સંતાડીને લઈ જવાતો ઈંગ્લિશ દારૂ ભરેલું પિકઅપ ડાલુ ઝડપાયું
ડીસા હાઇવે પરથી લાકડાના ભૂસાની આડમાં સંતાડીને લઈ જવાતો ઈંગ્લિશ દારૂ ભરેલું પિકઅપ ડાલુ ઝડપાયું
Excise Policy Case: बीआरएस नेता के. कविता को झटका, कोर्ट ने 23 अप्रैल तक बढ़ाई न्यायिक हिरासत
नई दिल्ली। आबकारी नीति घोटाले से जुड़े मनी लॉन्ड्रिंग मामले में दिल्ली की राउज एवेन्यू कोर्ट...
United-Way-Of-Baroda ખેલૈયાઓ ના રોષ બાદ કામગીરી હાથ ધરાઇ
United-Way-Of-Baroda ખેલૈયાઓ ના રોષ બાદ કામગીરી હાથ ધરાઇ