আজি মঙ্গলদৈ প্ৰেছ ক্লাবত "কোন বাতে যাওঁ" শীৰ্ষক এখন গ্ৰন্থৰ উন্মোচন কৰা হয়। গ্ৰন্থখনৰ লিখক নৃপেন্দ কুমাৰ বৰুৱা।

গ্ৰন্থ খন উন্মোচন কৰে অসমৰ বিশিষ্ট গায়ক, গীতিকাৰ, প্ৰবন্ধকাৰ, লোকনাথ গোস্বামী দেৱে।