জিলা উপায়ুক্ত পুলকমহন্তই ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হৈ উপায়ুক্তগৰাকীৰ ব্যতিক্ৰমী চিন্তাধাৰা ফলশ্ৰুতিত গড় লৈ উঠা আমাৰ মাজুলী শীৰ্ষক কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত হোৱা প্ৰথম খন সভাত অংশগ্ৰহণ কৰে। আমাৰ মাজুলী আমাৰ গাঁও কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে চৰকাৰী আঁচনি সমূহৰ বিষয়ে জনসাধাৰণক মাজত ব্যাপক সজাগতা গঢ়ি তোলা যাতে ইয়াৰ জৰিয়তে সমাজৰ শেষৰ জন ব্যক্তিয়ে চৰকাৰী আঁচনি সমূহৰ সুবিধা সহজে গ্ৰহণ কৰিব পাৰে। সভাৰ আৰম্ভণিতে উপায়ুক্ত গৰাকীয়ে মুখ্যমন্ত্ৰী প্ৰতিষ্ঠানিক বৃক্ষৰূপন কাৰ্যসূচীৰ অধীনত ৰাজহ চক্ৰ তোৰ কাৰ্যালয়ত গছ পুলি ৰোপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડવા વિસ્તારમાં મારામારી સર્જાતા એક વ્યક્તિને ઈજા પહોંચી
વડવા વિસ્તારમાં મારામારી સર્જાતા એક વ્યક્તિને ઈજા પહોંચી
अगली कांग्रेस सरकार का नेतृत्व करेंगे सचिन पायलट, पूर्व विधायक ने पायलट के सामने दिया बड़ा बयान
सवाईमाधोपुर जिले में सोमवार को मित्रपुरा तहसील क्षेत्र के घाटा नेनवाड़ी स्थित देवनारायण मंदिर में...
બનાસકાંઠાની ગુંદરી ચેકપોસ્ટ નજીકથી દારૂના જથ્થા સાથે એક શખ્સને પોલીસે ઝડપ્યો
બનાસકાંઠાની ગુંદરી પોલીસ ચેક પોસ્ટ ઉપરથી ટ્રક ગાડી નંબર RJ.46.GA.4709 માંથી ભારતીય બનાવટનો દારૂનો...
વાવમાં ઉચપા પ્રાથમિક શાળાના શિક્ષકને બરતરફ કર્યાં
દાંતાની પાન્સા શાળાની શિક્ષિકાની વિદેશ વસવાટની ઘટના બાદ હવે સરહદી વાવ તાલુકાના જુદા જુદા 2...