অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষাদৰ বৰুৱানগৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰুৱানগৰ বাসী ৰাইজৰ সহযোগত ১০ পৰা ৩০জুলাই পৰ্যন্ত আয়োজন কৰা নাটক,সৃষ্টিশীল নৃত্য ,একক অভিনয়,কবিতা ,কৰ্মশালাৰ কালি সামৰণি পৰে। এই উপলক্ষে আয়োজিত সামৰণি অনুষ্ঠানটিত বৰুৱানগৰৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেৱেন্দ্ৰ নাথ গগৈ,চৰাইদেউ জিলাৰ ঐতিহ্য উপাধি প্ৰাপ্ত তুলসী নেওগ,টাই আহোম যুৱ-পৰিষদ কেন্দ্ৰীয় মুখপাত্ৰ নৱদীপ বৰুৱা, জিলা সমিতিৰ উপ-সভাপতি পল্লব শৰ্মা,যুটীয়া সম্পাদক ক্ষীৰুদ বৰুৱা,শিক্ষা সম্পাদক দিবাকৰ বৰা,তথ্য-যোগাযোগ সম্পাদক নয়নমণি ৰাজখোৱা ,জিলাৰ প্ৰচাৰ সম্পাদক অচ্যুত কৃষ্ণ দাস ,সাপেখাটি,বেঙেনাবাৰী আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক সকল,ছাত্র-ছাত্ৰী সকলৰ অভিভাৱক-অভিভাবিকা সকল উপস্থিত থাকি সামৰণি অনুষ্ঠানটি সৌষ্ঠৱ বৃদ্ধি কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શહેરાના મંગલપુર ગામે સરપંચના ભ્રષ્ટાચાર લઈને તાલુકા વિકાસ અધિકારીને આવેદનપત્ર પાઠવ્યુ
શહેરાના મંગલપુર ગામે સરપંચના ભ્રષ્ટાચાર લઈને તાલુકા વિકાસ અધિકારીને આવેદનપત્ર પાઠવ્યુ
क्रांतीजोती सावित्रीमाई फुले जयंती पाटोदा नगरपंचायत मध्ये साजरी
पाटोदा (प्रतिनिधी) विद्येची तू खरी देवता जिने झुगारुन बंधन इतिहास घडविला स्री शिक्षणाचा पाया...
ઋષિકેશ પટેલ કહ્યું- 'વિસનગરમાં કોંગ્રેસ 1985થી જીતી જ નથી અને જીતશે પણ નહીં, લીડની વાત તો જવાદો...
રાજ્ય સહિત મહેસાણા જિલ્લામાં વિધાનસભા ચૂંટણીની જંગ જામ્યો છે. ત્યારે ગઈકાલે સાંજે વિસનગર વિધાનસભા...
जिला कलक्टर श्री यादव ने किया बायतु उप जिला अस्पताल का औचक निरीक्षण।
मरीजों को बेहतर एवं समुचित चिकित्सकीय सेवाएं सुनिश्चित करें- जिला कलक्टर
बालोतरा, 14...
PM has ushered in a new era in J&K with his vision of peace, development and progress : Chugh
Post Article 370 there's a new sunrise : Chugh
BJP national general secretary Tarun Chugh...