অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষাদৰ বৰুৱানগৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰুৱানগৰ বাসী ৰাইজৰ সহযোগত ১০ পৰা ৩০জুলাই পৰ্যন্ত আয়োজন কৰা নাটক,সৃষ্টিশীল নৃত্য ,একক অভিনয়,কবিতা ,কৰ্মশালাৰ কালি সামৰণি পৰে। এই উপলক্ষে আয়োজিত সামৰণি অনুষ্ঠানটিত বৰুৱানগৰৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেৱেন্দ্ৰ নাথ গগৈ,চৰাইদেউ জিলাৰ ঐতিহ্য উপাধি প্ৰাপ্ত তুলসী নেওগ,টাই আহোম যুৱ-পৰিষদ কেন্দ্ৰীয় মুখপাত্ৰ নৱদীপ বৰুৱা, জিলা সমিতিৰ উপ-সভাপতি পল্লব শৰ্মা,যুটীয়া সম্পাদক ক্ষীৰুদ বৰুৱা,শিক্ষা সম্পাদক দিবাকৰ বৰা,তথ্য-যোগাযোগ সম্পাদক নয়নমণি ৰাজখোৱা ,জিলাৰ প্ৰচাৰ সম্পাদক অচ্যুত কৃষ্ণ দাস ,সাপেখাটি,বেঙেনাবাৰী আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক সকল,ছাত্র-ছাত্ৰী সকলৰ অভিভাৱক-অভিভাবিকা সকল উপস্থিত থাকি সামৰণি অনুষ্ঠানটি সৌষ্ঠৱ বৃদ্ধি কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Loksabha Elections: PM Modi और Arvind Kejriwal की पाकिस्तानी मीडिया में कैसी चर्चा (BBC Hindi)
Loksabha Elections: PM Modi और Arvind Kejriwal की पाकिस्तानी मीडिया में कैसी चर्चा (BBC Hindi)
देई धाम निवासी लोगो को गोवर्धन के लिए मिली सीधी बस सेवा.
देई. सवाईमाधोपुर रोडवेज आगार द्वारा देई धाम से गोवर्धन के लिए सीधी बस सेवा का संचालन प्रारम्भ...
ધાનેરાના બાપલા થી રાજેસ્થાનને જોડતા માર્ગ ઉપર ટ્રેકટર ટોલી સાથે પ્લટ્યુ..
ધાનેરાના બાપલા થી રાજેસ્થાનને જોડતા માર્ગ ઉપર ટ્રેકટર ટોલી સાથે પ્લટ્યુ..
दो दिन के दौरे पर छत्तीसगढ़ जाएंगे अमित शाह, नक्सल प्रभावित राज्यों के मुख्य सचिवों के साथ करेंगे बैठक
नई दिल्ली। केंद्रीय गृह और सहकारिता मंत्री अमित शाह छत्तीसगढ़ के दौरे पर आ रहे हैं।...
सभी पात्र दिव्यांगों के नाम मतदाता सूची में जुड़वाए:-जिला कलक्टर बून्दी
बून्दी
फ़रीद खान
सभी पात्र दिव्यांग मतदाताओं के नाम मतदाता सूची में जुड़वाएं जिला कलक्टर...