নিষিদ্ধ ড্ৰাগছ এতিয়া এক মহামাৰীৰ ৰূপত দেখা দিছে । ড্ৰাগছৰ ধ্বংসৰ মুখলৈ গতি কৰিছে বহু নৱ প্ৰজন্ম । ধ্বংস হৈছে বহু পৰিয়াল । লগতে অমানিশা নামি আহিছে বহু প্ৰতিভাৰ ভৱিষ্যতলৈ । চৰকাৰ তথা প্ৰশাসনে নিৰ্মূলৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি তৎপৰতাৰে ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে যদিও সম্পূৰ্ণৰূপে ৰোধ কৰিবলৈ সকলোৰে সহযোগিতাৰ প্ৰয়োজন। আজি এইবোৰ কাৰণতে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে গোলাঘাট আইন মহাবিদ্যালয়ত এখনি ড্ৰাগছ বিৰোধী সজাগতামূলক সভাৰ অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ভূমিকা গোস্বামীয়ে উদ্দেশ্যব্যাখ্যা আগবঢ়োৱা ‘ড্ৰাগছৰ অপব্যৱহাৰঃ যুদ্ধ আৰু প্ৰতিৰোধ’ শীৰ্ষক বিষয় হিচাপে লৈ অনুষ্ঠিত সজাগতামূলক সভাত সমল ব্যক্তিৰূপে উপস্থিত থাকে অধিবক্তাদ্বয় দুৰ্গা প্ৰসাদ জয়চোৱাল আৰু জয়ন্ত কুমাৰ গোস্বামী। দুয়োগৰাকী বক্তাই ড্ৰাগছ কৰালগ্ৰাসৰ পৰা কেনেদৰে নৱপ্ৰজন্মক উদ্ধাৰ কৰিব পৰা যায় বা ইয়াক কেনেদৰে নিৰ্মূল কৰিব পাৰে সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।
সভাত গোলাঘাট আইন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মনোজ জালান, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া তথা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলীত মডেল অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধনী অনুষ্ঠান আয়োজন
অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ দ্বাৰা আৱণ্টিত নৱনিৰ্মিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ...
राजस्थान सरकार इस साल MSP पर नहीं खरीदेगी बाजरा:केंद्र से बजट नहीं मिला; राशन और मिड-डे मील में देने की योजना भी अटकी
राजस्थान में इस साल भी बाजरे की न्यूनतम समर्थन मूल्य (MSP) पर खरीद नहीं हो सकेगी। केंद्र सरकार से...
कावड यात्रेचे आमदार लखन मलीक यांनी केले स्वागत
कावड यात्रेचे आमदार लखन मलीक यांनी केले स्वागत
ખેરાલુ તાલુકાના વઘવાડી ગામના ખેતરમાં મધ રાત્રે ખેલાયો ખૂની ખેલ
ખેરાલુ તાલુકાના વઘવાડી ગામના ખેતરમાં મધ રાત્રે ખેલાયો ખૂની ખેલ
અંબાજીમાં સોનિયા ગાંધી વિરુદ્ધ સુત્રોચ્ચાર
અંબાજીમાં સોનિયા ગાંધી વિરુદ્ધ સુત્રોચ્ચાર