নিষিদ্ধ ড্ৰাগছ এতিয়া এক মহামাৰীৰ ৰূপত দেখা দিছে । ড্ৰাগছৰ ধ্বংসৰ মুখলৈ গতি কৰিছে বহু নৱ প্ৰজন্ম । ধ্বংস হৈছে বহু পৰিয়াল । লগতে অমানিশা নামি আহিছে বহু প্ৰতিভাৰ ভৱিষ্যতলৈ । চৰকাৰ তথা প্ৰশাসনে নিৰ্মূলৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি তৎপৰতাৰে ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে যদিও সম্পূৰ্ণৰূপে ৰোধ কৰিবলৈ সকলোৰে সহযোগিতাৰ প্ৰয়োজন। আজি এইবোৰ কাৰণতে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে গোলাঘাট আইন মহাবিদ্যালয়ত এখনি ড্ৰাগছ বিৰোধী সজাগতামূলক সভাৰ অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ভূমিকা গোস্বামীয়ে উদ্দেশ্যব্যাখ্যা আগবঢ়োৱা ‘ড্ৰাগছৰ অপব্যৱহাৰঃ যুদ্ধ আৰু প্ৰতিৰোধ’ শীৰ্ষক বিষয় হিচাপে লৈ অনুষ্ঠিত সজাগতামূলক সভাত সমল ব্যক্তিৰূপে উপস্থিত থাকে অধিবক্তাদ্বয় দুৰ্গা প্ৰসাদ জয়চোৱাল আৰু জয়ন্ত কুমাৰ গোস্বামী। দুয়োগৰাকী বক্তাই ড্ৰাগছ কৰালগ্ৰাসৰ পৰা কেনেদৰে নৱপ্ৰজন্মক উদ্ধাৰ কৰিব পৰা যায় বা ইয়াক কেনেদৰে নিৰ্মূল কৰিব পাৰে সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।
সভাত গোলাঘাট আইন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মনোজ জালান, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া তথা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
एमएलसी के आवास पर मिलन समारोह का किया गया आयोजन
बिहार के कटिहार के मिर्चाईबारी स्थित कटिहार एमएलसी अशोक अग्रवाल के आवास पर मिलन समारोह का आयोजन...
তিনিচুকীয়াৰ কৰ্দৈগুৰিৰ বৰগড়া ৰাজহুৱা খেলপথাৰত অনু্ষ্ঠিত হোৱা ২৫ সংখ্যক আন্ত:জিলা ছিনিয়ৰ মহিলা ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি
শুক্ৰবাৰে তিনিচুকীয়াৰ বৰগড়া ৰাজহুৱা খেলপথাৰত অনু্ষ্ঠিত হোৱা ২৫ সংখ্যক আন্ত:জিলা ছিনিয়ৰ মহিলা...
লখিমপুৰ-ধেমাজিৰ সীমান্ত অঞ্চলৰ কণমানি নাম অয়নমণি বৰাই ASSAM BOOK OF RECORDৰ খিতাপ
লখিমপুৰ-ধেমাজিৰ সীমান্ত অঞ্চলৰ কণমানি নাম অয়নমণি বৰাই ASSAM BOOK OF RECORDৰ খিতাপ
ग्राम प्रतिहारी सहायक कर्मचारी संघ ने जिला कलेक्टर को सौंपा ज्ञापन
ग्राम प्रतिहरों को 6 महीने में केवल ₹15000 सालाना एक मस्ट दिए जाते हैं जो महंगाई के दौर में...