২৬ হাজাৰ নিযুক্তি প্ৰক্ৰিয়াৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱাৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰা হয় ভিক্টৰক।গ্ৰেপ্তাৰৰ পিছতে ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।বিভিন্নজনে শীঘ্ৰেই মুক্তি দিয়াৰ দাবী তুলিছে ভিক্টৰ দাসক।এনে বিভিন্ন প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে এইবাৰ ভিক্টৰ দাস সন্দৰ্ভত মন্তব্য কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।ভিক্টৰ দাস সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত ডিজিপি মহন্তই কয়- সি বেচেৰাই গোটেই বস্তুটো ভুলকৈ ৰিপ্ৰেজেণ্ট কৰিছে, সঠিক তথ্য দিব পৰা নাই। কাৰোৰে নাম দিব পৰা নাই।উল্লেখ্য যে, শুক্ৰবাৰে দীৰ্ঘসময় ধৰি জেৰা চলোৱাৰ অন্তত নিশা অসম আৰক্ষীয়ে উৰাবাতৰি বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લાઠી તાલુકા પ્રાથમિક શિક્ષણ અઘીકારી ગોપાલ અઘેરા એ અમરેલી મેટ્રો ન્યુઝ ચેનલને શુભકામનાઓ પાઠવી
લાઠી તાલુકા પ્રાથમિક શિક્ષણ અઘીકારી ગોપાલ અઘેરા એ અમરેલી મેટ્રો ન્યુઝ ચેનલને શુભકામનાઓ પાઠવી
રાધનપુર ભાભર હાઇવે પર અકસ્માતની ઘટના સામે આવી છે
રાધનપુર ભાભર હાઇવે પર અકસ્માતની ઘટના સામે આવી છે
Chandrayaan 3 Mission: चांद पर निकला सूर्य, ISRO ने दी Vikram Lander के जागने पर बड़ी जानकारी
Chandrayaan 3 Mission: चांद पर निकला सूर्य, ISRO ने दी Vikram Lander के जागने पर बड़ी जानकारी
জিলা উপায়ুক্ত সভা কক্ষত মন্ত্ৰী ৰণোজ পেগুৰ বৈঠক
মাজুলী জিলাত চলি থকা বিভিন্ন উন্নয়ন মূলক কাম সমূহৰ ওপৰত আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু...