পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২ ৰ লগত সংগতি ৰাখি যোৱা ইংৰাজী ০৯ তাৰিখ শুক্ৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মাজুলী জিলাৰ অন্তৰ্গত দুটা সংহত শিশু উন্নয়ন প্ৰকল্প ক্ৰমে মাজুলী আৰু উজনি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ অংগনবাদী কেন্দ্ৰসমূহত “পুতলাৰ জৰিয়তে শিক্ষা” কাৰ্যসূচী ৰূপায়নৰ উদেশ্যেৰে শিশুসকলৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ গুণগত সৰ্বাংগীন বিকাশৰ বাবে অংগনবাদী কৰ্মী সকলে নিজ কেন্দ্ৰত শিশুসকলক পুতলা সাজি দেখুওৱা, নাম চিনাক্ত কৰা আৰু সেই সমূহৰ মাত- কথা চিনাক্তকৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ উক্ত কাৰ্যসূচীত প্ৰতিটো কেন্দ্ৰৰ শিশুসকলৰ অভিভাৱকৰ লগতে আত্মসহায়ক গোট আৰু মাতৃগোটসমূহ উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
YouTube करने जा रहा कर्मचारियों की छंटनी, करीब 100 लोग हो सकते हैं कंपनी से बाहर
गूगल का पॉपलुर स्ट्रीमिंग प्लेटफॉर्म यूट्यूब (YouTube) अपने कर्मचारियों की छंटनी करने जा रहा है।...
નાટક પૂર્ણ થયા બાદ હૃદય રોગનો હુમલા થતાં મોત નિપજ્યું
દાહોદ હૃદય રોગના હુમલા થી થિયેટરના કલાકાર નું મોત બોમ્બે ખાતે રહેતા 39 વર્ષીય ભાસ્કર એલ ભોજકનું...
DANTIWADA DAM/દાંતીવાડા ડેમ ની જલ સપાટી તારીખ 11/09/2022 સવારે 9 વાગ્યા સુધી..
DANTIWADA DAM/દાંતીવાડા ડેમ ની જલ સપાટી તારીખ 11/09/2022 સવારે 9 વાગ્યા સુધી..
120W फास्ट चार्जिंग,16GB रैम और 5160mAh की बैटरी के साथ लॉन्च की गई ये सीरीज, जानें कीमत और फीचर्स
iQOO ने चीन में अपने कस्टमर्स के लिए नई स्मार्टफोन सीरीज को लॉन्च किया है। हम iQOO Neo 9 सीरीज की...