সোৱনশিৰি নদীয়ে ধাৰন কৰিছে কালৰূপ ইতিমধ্য হাজাৰ হাজাৰ কৃষিভূমি জাহ গৈছে নৈৰ বুকুত।কানসাৰ নাই চৰকাৰ তথা বিভাগীয় কতৃপক্ষৰ ।এই বাৰ বিভাগীয় কোনো আচঁনি লৈ অপেক্ষা নকৰি নামনি মাজুলী ৰ কৰতিপাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত মাজৰ চাপৰি পেকামনি ৰ পুৰুষ মহিলা ওলাই আহিল গড়াখহনীয়া প্ৰতিৰোধৰ বাবে ।গছৰ ডাল পাত ভৰা নদীৰ বুকুত পেলায় খড়াখহনীয়া প্ৰতিৰোধৰ চেষ্টা গাওঁবাসীৰ।