মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ শোভাবৰ্ধন কৰা পাঁচশ বছৰীয়া আমগছ জোপাৰ মৰি শুকাব ধৰিছে ৷ বিগত এটা মাহত আমগছ জোপাৰ কেঁচা পাতবোৰ শুকাই সৰি যোৱা প্ৰত্যক্ষ কৰি গছজোপা মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ৷ পৰিচালনা সমিতিয়ে বিষয়টো আজিও গুৰুত্ব সহকাৰে নোলোৱাৰ বাবে বিভিন্ন জনে দুখ প্ৰকাশ কৰিছে ৷ কি কাৰনে গছজোপাৰ মৃত্যু হ’বলৈ ধৰিছে আৰু ইয়াৰ প্ৰতিকাৰ কিয় কৰা নাই এই সম্পৰ্কে পৰিচালনা সমিতিৰে হোৱা সাক্ষাৎকাৰত সমিতিখনে কয় যে গছজোপাত দীৰ্ঘদিনে ৰঘুমলাই চানি ধৰাৰ বাবেই মৃত্যু ঘটিছে ৷ গছজোপাৰ ৰঘুমলা কাটিবলৈ গছত উঠিবলৈ কোনো লোকে সাহস নকৰাৰ বাবে আজিও ৰঘুমলা কাটিব নোৱাৰা বুলি জানিবলৈ দিয়াৰ লগতে কয় গছ জোপা জীয়াই তুলিবৰ বাবে কৃষি বিভাগ আৰু উদ্ভিদবিদৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৷ পৰিস্থিতি যিয়েই নহওঁক এজোপা পাঁচশ বছৰীয়া আমগছ সংৰক্ষণৰ ক্ষেত্ৰত জন্মস্থান পৰিচালনা সমিতি খনে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই এনেদৰে নিঃশেষ হোৱাতো দুৰ্ভাগ্যজনক বিষয় ৰুপে চিহ্নিত হৈছে ৷ প্ৰায় আশী শতাংশ মৃত্যু হোৱা গছ জোপা যি কোনো প্ৰকাৰে জীয়াই তুলিবলৈ বিশেষজ্ঞসকলৰ পৰামৰ্শ বিচাৰিছে জন্মস্থানৰ ভকত বৈষ্ণৱসকলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NEET Exam Leak Update: NEET पेपर लीक कराने वाले के ठिकाने पर पहुंची Aaj Tak की टीम | Ground Report
NEET Exam Leak Update: NEET पेपर लीक कराने वाले के ठिकाने पर पहुंची Aaj Tak की टीम | Ground Report
દિયોદર :- કોતરવાડા પે. કે.શાળા માં ધુળેટી પર્વ ની ઉજવણી કરાઈ..
હોળી,જેને રંગોના તહેવાર તરીકે પણ ઓળખવામાં આવે છે, તે ભારતમાં સૌથી વધુ જીવંત અને લોકપ્રિય...
भारत ने 73 हजार अमेरिकी राइफल्स का ऑर्डर दिया:₹837 करोड़ में डील हुई
भारत ने अमेरिका से 73,000 सिग सॉह असॉल्ट राइफल्स का दूसरा ऑर्डर दिया। टाइम्स ऑफ इंडिया के सूत्रों...
પાલનપુરમાં ભૂગર્ભ ગટરની અધૂરી લાઈનોનું કામ પુરુ કરવા 2.50 કરોડ મંજૂર કરાયા
પાલનપુરમાં ભૂગર્ભ ગટરની અધૂરી લાઈનોનું કામ પુરુ કરવા 2.50 કરોડ મંજૂર કરાયા
Winter Session 2023: 'मुझे नहीं पता कि वे संसद में... संसद सदस्यता के सवाल पर क्या बोल गईं महुआ मोइत्रा
नई दिल्ली। संसद के शीतकालीन सत्र की शुरुआत हंगामेदार रही। आज सत्र का दूसरा दिन है, जिसमें...