নলবাৰীৰ এজন চিকিৎসকে নিজে পঢ়া বিদ্যালয়ত এটি তিনি মহলীয়া অট্টালিকা সাজি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে৷যিটো সময়ত বিদ্যালয় একত্ৰিকৰণ চলি আছে সেই সময়তে নলবাৰীৰ এজন চিকিৎসক ডা° মনোজ চৌধুৰীৰ পৰিয়ালে তেওঁৰ পিতৃৰ স্মৃতিত সাজি দিলে পকোৱা হাইস্কুলত এটি তিনি মহলীয়া অট্টালিকা৷শুক্ৰবাৰে উক্ত অট্টালিকাটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে৷প্ৰয়াত লক্ষ্মীকান্ত চৌধুৰী স্মৃতি ভৱনটোৰ নিৰ্মানত প্ৰায় চল্লিশ লক্ষ্য টকা ব্যয় হয় বুলি জানিব পৰা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অভিৰুচি ক্ৰীড়া দিৱসৰ উপলক্ষ্যে মৰাণত অনুষ্ঠিত হব সদৌ অসম ভিত্তিত মাৰাথন প্ৰতিযোগিতা
অভিৰুচি ক্ৰীড়া দিৱসৰ উপলক্ষ্যে মৰাণত অনুষ্ঠিত হব সদৌ অসম ভিত্তিত মাৰাথন প্ৰতিযোগিতা
Airtel 839 Plan vs 869 Plan: डेटा से लेकर कॉलिंग बेनिफिट्स तक, कौन सा प्लान है बेहतर
Airtel अपने कस्टमर्स के लिए बहुत से प्लान लाता है। इन प्लान को आप अपनी जरूरतों के हिसाब से चुन...
जलदाय मंत्री ने बून्दी में पेयजल योजना के फिल्टर प्लांट का किया निरीक्षण*
जन स्वास्थ्य अभियांत्रिकी मंत्री श्री कन्हैयालाल चौधरी ने कहा कि वर्तमान में प्रदेश में भीषण...
কাকপথাৰ শিক্ষা বিষয়াৰ কায্যালয়ত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদকাৰীৰ প্ৰতিক্ৰিয়া ।
কাকপথাৰ শিক্ষা বিষয়াৰ কায্যালয়ত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদকাৰীৰ প্ৰতিক্ৰিয়া ।