আউনিআটী শিক্ষক কেন্দ্ৰ সভা সম্পন্ন। মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত আউনিআটী শিক্ষক কেন্দ্ৰ সভাৰ এখন বিশেষ সভা আজি খৰিচাখোৱা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। কেন্দ্ৰ সভাৰ সভাপতি মনোজোতি বৰুৱাৰ সভাপতিত্বত সমাপন হোৱা সভা খনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মাজুলী বিদ্যালয়ৰ সমূহৰ উপ পৰিদৰ্শক নৰনাথ গোহাঁয়ে । মাজুলী জিলা প্ৰাথমিক শিক্ষা সন্মিলনীৰ সভাপতি সম্পাদক ক্ৰমে প্ৰশান্তবৰা আৰু বাবুল বৰাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Hatchback Cars: फरवरी 2024 में रही इन हैचबैक कारों की मांग, जानें टॉप-10 का हाल
भारतीय बाजार में एसयूवी सेगमेंट के साथ ही कई और सेगमेंट की कारों की मांग रहती है। इनमें सेडान से...
ट्विटर पर मौजूद फर्जी खाते हमेशा के लिए होंगे निलंबित, चेतावनी भी नहीं देंगे
ट्विटर को खरीदने के बाद से ही एलन मस्क अपने बयानों और फैसलों को लेकर चर्चा में हैं। सबसे पहले...
শিৱসাগৰৰ শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাত অস্থায়ী দোকান দিবলৈ ল’ব লাগিব জিলা প্ৰশাসনৰ অনুমতি
শিৱৰাত্ৰিত অস্থায়ীভাৱে দোকান দিবলৈ এতিয়াৰ পৰা জিলা প্ৰশাসনৰ পৰা ল’ব লাগিব আপত্তিবিহীন...
Ahmedabad: થલતેજ ભાજપના કાર્યાલય પહોંચ્યા સીએમ ભૂપેન્દ્ર પટેલ
Ahmedabad: થલતેજ ભાજપના કાર્યાલય પહોંચ્યા સીએમ ભૂપેન્દ્ર પટેલ
સમી : ચડિયાણા ગામમાં 35 થી વધુ ઘેટાંના ટપોટપ મોત | SatyaNirbhay News Channel
સમી : ચડિયાણા ગામમાં 35 થી વધુ ઘેટાંના ટપોટપ મોત | SatyaNirbhay News Channel