কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱা টিংখাঙৰ ১ নং কপহুৱা গাৱঁৰ এজন যুৱক নিখোজ । ১ নং কপহুৱা গাৱঁৰ পূৰ্ণ গগৈ আৰু পূৰ্ণিমা গগৈৰ পুত্র তথা এটি পুত্ৰ সন্তানৰ পিতৃ মিঠুন গগৈ (৩০) নামৰ যুৱক জন কেইজনমান সমনীয়াত সৈতে কাম কৰিবলৈ বুলি হায়দৰাবাদলৈ ৰাওনা হৈছিল। ৩ তাৰিখে গৈ ৬ তাৰিখে গন্তব্য স্থান পাইছিলগে যদিও ৰহস্যজনক ভাৱে উক্ত দিনাৰ পৰাই পৰিয়ালৰ লোকে যোগাযোগ কৰিব পৰা নাই যুৱকজনৰ সৈতে। লগত যোৱা আন যুৱক কেইজনেও মিঠুন গগৈৰ কোনো সন্ধান দিব পৰা নাই। এই ঘটনাই এতিয়া পিতৃ মাতৃৰ লগতে পত্নী আৰু এটি সাত বছৰীয়া পুত্ৰৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কি পৰিস্থিতিত যুৱকজন নিখোজ হৈছে তাক লৈও সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। ইতিমধ্যে হাইদৰাবাদতে ঘটনাৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে যদিও যুৱক জনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઇકબાલગઢ પાસે ખેતરમાં યુવકનો મૃતદેહ મળી આવ્યો
ઇકબાલગઢ પાસે ખેતરમાં યુવકનો મૃતદેહ મળી આવતા ચકચાર....
અમીરગઢ તાલુકાના ઇકબાલગઢ...
नतीजों से पहले महाविकास अघाड़ी में तकरार:पटोले बोले- महाराष्ट्र में कांग्रेस के नेतृत्व वाली सरकार बनेगी; संजय राउत ने कहा- इसे कोई नहीं मानेगा
महाराष्ट्र विधानसभा चुनाव के नतीजों से एक दिन पहले महाविकास अघाड़ी खेमे में मुख्यमंत्री को लेकर...
પ્રધાનમંત્રી નરેન્દ્ર મોદીએ ગાંધીનગર રેલવે સ્ટેશનથી વંદે એક્સપ્રેસ ટ્રેન ને લીલી ઝંડી આપી
પ્રધાનમંત્રી નરેન્દ્ર મોદીએ ગાંધીનગર રેલવે સ્ટેશનથી વંદે એક્સપ્રેસ ટ્રેન ને લીલી ઝંડી આપી