কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱা টিংখাঙৰ ১ নং কপহুৱা গাৱঁৰ এজন যুৱক নিখোজ । ১ নং কপহুৱা গাৱঁৰ পূৰ্ণ গগৈ আৰু পূৰ্ণিমা গগৈৰ পুত্র তথা এটি পুত্ৰ সন্তানৰ পিতৃ মিঠুন গগৈ (৩০) নামৰ যুৱক জন কেইজনমান সমনীয়াত সৈতে কাম কৰিবলৈ বুলি হায়দৰাবাদলৈ ৰাওনা হৈছিল। ৩ তাৰিখে গৈ ৬ তাৰিখে গন্তব্য স্থান পাইছিলগে যদিও ৰহস্যজনক ভাৱে উক্ত দিনাৰ পৰাই পৰিয়ালৰ লোকে যোগাযোগ কৰিব পৰা নাই যুৱকজনৰ সৈতে। লগত যোৱা আন যুৱক কেইজনেও মিঠুন গগৈৰ কোনো সন্ধান দিব পৰা নাই। এই ঘটনাই এতিয়া পিতৃ মাতৃৰ লগতে পত্নী আৰু এটি সাত বছৰীয়া পুত্ৰৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কি পৰিস্থিতিত যুৱকজন নিখোজ হৈছে তাক লৈও সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। ইতিমধ্যে হাইদৰাবাদতে ঘটনাৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে যদিও যুৱক জনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વલભીપુરની નગરપાલિકા ખાતે મામલતદાર ટીડીઓ ની બેઠક યોજાઈ
વલભીપુરની નગરપાલિકા ખાતે મામલતદાર ટીડીઓ ની બેઠક યોજાઈ
महाराष्ट्र में अंबेडकर स्मारक में तोड़फोड़ के बाद हिंसा:परभणी में दुकानों-गाड़ियों में आगजनी; आंसू गैस के गोले छोड़कर प्रदर्शनकारियों को खदेड़ा
महाराष्ट्र के परभणी में बुधवार को अंबेडकर स्मारक में तोड़फोड़ के विरोध में बुलाए गए बंद में हिंसा...
Chandrayaan 3 News : Moon Mission | Lander Vikram | Latest News | Isro | Moon | Isro Ready
Chandrayaan 3 News : Moon Mission | Lander Vikram | Latest News | Isro | Moon | Isro Ready
দেহাৰকুছি মনসাপীঠৰ ৰাজহুৱা শ্ৰীশ্ৰী নাগপঞ্চমী পূজাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উদযাপন সম্পৰ্কে ৰাজহুৱা সভা
নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত মনসাপীঠ,দেহাৰকুছিত এইবেলি অনুষ্ঠিত হব লগা ৰূপালী জয়ন্তী...