লাহৰীঘাটত নিশা হোটেলৰ মহিলা কৰ্মচাৰীক ধৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী হল হোটেলৰ স্বৰ্তাধিকাৰীৰ পুত্ৰ।লাহৰীঘাট বজাৰত থকা গ্ৰীণলেণ্ড হোটেলৰ স্বৰ্তাধিকাৰীৰ পুত্ৰ ছলমান আলীয়ে কালি নিশা হোটেল খনৰ এগৰাকী মহিলা কৰ্মচাৰীক ভাড়াঘৰত ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ ভুক্ত ভুগি মহিলা কৰ্মচাৰী গৰাকীৰ।এই সন্দৰ্ভত ভুক্ত ভুগিয়ে লাহৰীঘাট থানাত দাখিল কৰা অভিযোগৰ ভিত্তিক আৰক্ষীয়ে কালি নিশা লম্পট ছলমান আলীক গ্ৰেপ্তাৰ কৰে।পিছত লাহৰীঘাট আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি ৩৭৬/৫০৬ ধাৰাৰ অধীনত ৩৩৯/২২ নম্বৰত এটি গোচৰ ৰুজু কৰি অভিযুক্ত যুৱকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નાયડુએ ‘હર ઘર તિરંગા’ આપી રેલીને લીલી ઝંડી, રાહુલે ડીપી પણ બદલી
ઉપરાષ્ટ્રપતિ એમ. વેંકૈયા નાયડુએ લાલ કિલ્લાથી વિજય ચોક સુધીની ‘હર ઘર તિરંગા’ બાઇક...
આજવા ની સપાટી વધી
આગામી દિવસોમાં વરસાદનું જોર ઘટવાની સંભાવના
વડોદરાના આજવા સરોવરમાં વધી પાણીની આવક
...
PORBANDAR પોરબંદર સહિત રાજ્યભરમાં એકઝીટ અને ઓપીનીયન પોલ પર પ્રતિબંધ 18 11 2022
PORBANDAR પોરબંદર સહિત રાજ્યભરમાં એકઝીટ અને ઓપીનીયન પોલ પર પ્રતિબંધ 18 11 2022
ডবকাৰ দুখনকৈ বিদ্যালয়ত চিআৰপিএৰ বৃক্ষৰোপন
আজাদী কা অমৃত মহোৎসবৰ লগত সংগতি ৰাখি ডবকাত দুখনকৈ বিদ্যালয় প্ৰাংগনত চি আৰ পি এফ ৰ এটা দলে ছাত্ৰ...
અરવિંદ કેજરીવાલનો વધુ એક વિડિયો ગુજરાતીમાં આવ્યો સામે
અરવિંદ કેજરીવાલનો વધુ એક વિડિયો ગુજરાતીમાં આવ્યો સામે