নলবাৰী জিলাৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি সমাপ্ত হয়৷উক্ত নিৰ্বাচনত আতাইকেইটা পদতে সদৌ অসম ছাত্ৰ সন্থাৰ মনোনিত প্ৰাৰ্থী জয় লাভ কৰে৷উল্লেখ্য যে বিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ মুঠ ১১টা পদৰ গোতেই কেইটা পদে আছুই দখল কৰাত আছু কৰ্মী সকলৰ মাজত আনন্দ উল্লাস দেখা যায়৷জানিব পৰামতে মুঠ ১১ টা পদৰ ১০টা পদত বিনা প্ৰতিদণ্ডিতাৰে আছুৰ প্ৰাথীয়ে জয় লাভ কৰিছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
“সুস্থ নাৰী সুস্থ পৰিয়াল” অসম চৰকাৰৰ সেৱা সপ্তাহৰ অংশস্বৰূপে শিৱসাগৰসহ ৰাজ্যৰ ৫ খন জিলাত বিশেষ স্বাস্থ্য শিৱিৰ অনুষ্ঠিত
শিৱসাগৰঃ "সুস্থ নাৰী, সুস্থ পৰিয়াল" ৷ অসম চৰকাৰৰ চলিত 'সেৱা সপ্তাহ'ৰ অংশ হিচাপে অসমৰ মুঠ ৫ খন...
Ram Mandir Inaguration: रामलला की प्राण प्रतिष्ठा से पहले BJP और विपक्ष के नेताओं के बीच घमासान जारी
Ram Mandir Inaguration: रामलला की प्राण प्रतिष्ठा से पहले BJP और विपक्ष के नेताओं के बीच घमासान जारी
दिवाळी मध्ये फटाके वाजवताना केला शहाणपणा आणि आला अंगलट पहा
दिवाळी मध्ये फटाके वाजवताना केला शहाणपणा आणि आला अंगलट पहा
Prestone Tynsong reacts to distribution of money by Dasakhiatbha Lamare
Deputy Chief Minister Prestone Tynsong on Friday said he is waiting for a report from the...