* আঠখেলীয়া নামঘৰৰ সংঘাতক লৈ পূৰ্বৰ নামঘৰ পৰিচালনা সমিতিৰ সাধাৰণ সভা।

* আঠখেলীয়া নামঘৰত বৃহৎ সংখ্যক আৰক্ষী, নিৰাপত্তাৰক্ষী মোতায়ন, ঘটনাস্থলীত উপস্থিত দণ্ডাধীশ, অতিৰিক্ত উপায়ুক্ত।  

* তলা ভাঙি কাৰ্যালয়ত প্ৰবেশ নামঘৰ পৰিচালনা সমিতিৰ। 

* পৰিচালনা সমিতিৰ সৈতে সাধাৰণ সভাত অংশগ্ৰহন নকৰাৰ সিদ্ধান্ত কৰ্ণধাৰ সমিতিৰ।

* অভিযোগ প্ৰতিযোগৰ আঙুলি দুয়োপক্ষৰ। 

* কৰ্ণধাৰ সমিতিয়ে পৰিচালনা সমিতিৰ বিৰুদ্ধে ৬৫ লাখ টকাৰ কেলেংকাৰীৰ অভিযোগ তোলাৰ বিপৰীতে কৰ্ণধাৰ সমিতিয়ে কোটি টকাৰ কেলেংকাৰী কৰাৰ অভিযোগ পৰিচালনা সমিতিৰ। 

* পৰিচালনা সমিতিক অবৈধ, অসংবিধানিক সমিতি আখ্যা কৰ্ণধাৰ সমিতিৰ। 

* বৰ্খাস্ত কৰা পৰিচালনা সমিতিৰ লগত আলোচনাত কোনো কাৰণতেই মিলিত নহয় সমিতি।

* পৰিচালনা সমিতিয়ে আয়োজন কৰা সাধাৰণ সভাক অবৈধ ঘোষনা কৰ্ণধাৰ সমিতিৰ।

* উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত আজি সাধাৰণ সভা অনুষ্ঠিত কৰিছিল পৰিচালনা