গৌৰৱোজ্জল সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা সোণাৰি মহাবিদ্যালয়ত যাতে আগন্তুক দিনত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰিব পৰা যায় সেই কথা চিন্তা কৰিব লাগিব বুলি মন্তব্য কৰিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। আজিৰেপৰা অনুষ্ঠিত হোৱা সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ পতাকা উত্তোলন কৰাৰ পাছত সাংবাদিকৰ আগত মন্তব্য আগবঢ়ায় আগন্তুক পঞ্চাশ বছৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব বুলিও কয়। আনহাতে সোণাৰি তথা পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনত সোণাৰি মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰাৰ চিন্তা কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংবাদিকৰ আগত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
डोडा हमले के तीन आतंकियों का स्केच जारी, हर आतंकी पर 5 लाख रुपए का इनाम
डोडा आतंकी हमले में शामिल तीन आतंकियों का स्केज जारी किया गया है। इन आतंकियों ने ही भारतीय सेना...
ৰোগ ‘এক্স’ পৰৱৰ্তী ক’ভিড মহামাৰী হ’ব পাৰে কাৰণ স্বাস্থ্য বিশেষজ্ঞসকলে সকীয়াই দিছে যে ইয়াৰ ফলত বিশ্বজুৰি ৫ কোটিৰো অধিক লোকৰ মৃত্যু হ’ব পাৰে
সমগ্ৰ বিশ্বই ক’ভিড-১৯ মহামাৰীৰ ভয়াবহ দিনৰ সাক্ষী হৈ থকাৰ সময়তে, দুই কোটিতকৈ অধিক লোকৰ...
“Hoon Taari Heer” Movie review – Newzdaddy
Movie Name: Hoon Taari Heer (07 Oct, 2022)
Language: Gujarati
Lead Star Cast: Puja Joshi,...
MCN NEWS| वैजापूर शहरातील कुख्यात गुंड हर्सुल कारागृहात स्थानबद्ध
MCN NEWS| वैजापूर शहरातील कुख्यात गुंड हर्सुल कारागृहात स्थानबद्ध